অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আকাশ দীপ্ত ঠাকুৰ

আকাশ দীপ্ত ঠাকুৰ (Akash Dipta Thakur) হৈছে এগৰাকী অসমীয়া গল্পকাৰ। ঠাকুৰ বৰ্তমান যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। তেজ মঙহ শৰীৰ, বেলিফুলৰ ৰং, সাগ্নিক তেওঁৰ উল্লেখযোগ্য গল্পপুথি। বসুন্ধৰা, মৌচাককে ধৰি বিভিন্ন আলোচনীৰ তেওঁ নিয়মীয়া লিখক।

হালনাগাদ: ৫ জুলাই ২০২৬ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আকাশ দীপ্ত ঠাকুৰ (Akash Dipta Thakur) হৈছে এগৰাকী অসমীয়া গল্পকাৰ। ঠাকুৰ বৰ্তমান যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। তেজ মঙহ শৰীৰ, বেলিফুলৰ ৰং, সাগ্নিক তেওঁৰ উল্লেখযোগ্য গল্পপুথি। বসুন্ধৰা, মৌচাককে ধৰি বিভিন্ন আলোচনীৰ তেওঁ নিয়মীয়া লিখক। ঠাকুৰলৈ ২০২৩ বৰ্ষৰ কিৰণ তামূলী শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে। ১ আকাশ দীপ্ত ঠাকুৰে অসম সাহিত্য সভাৰ নলবাৰী জিলা শাখাৰ দ্বাৰা প্ৰদান কৰা নবীন চন্দ্ৰ তামুলী নবীন গল্পকাৰ বঁটা-২০১৯, আৰু বেলি ফুলৰ ৰং উপন্যাসৰ বাবে কিৰন তামুলী শিশু সাহিত্য বঁটা লাভ কৰে। ৰাজ্যিক পৰ্যায়ৰ নাট প্ৰতিযোগিতাত তেখেতে নাটকৰ বাবে জুৰি বিশেষ বঁটা লাভ কৰে। তেওঁ প্ৰতিষ্ঠিত সাহিত্য একাডেমীকে ধৰি বহু সাহিত্যিক অনুষ্ঠানত চুটিগল্প পাঠ কৰিছে। তেওঁৰ লেখাসমূহ অসমৰ প্ৰায় সকলো আগশাৰীৰ সাহিত্য আলোচনীতে প্ৰকাশ পাইছে। ২

তথ্যসূত্ৰ

  1. ↑ Akash Dipta Thakur. nezine
  2. ↑ nezine. Netizine

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া গল্পকাৰপোখালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকাশ দীপ্ত ঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৬১৫৮৭০ (৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।