অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰুণ কুমাৰ চন্দ

অৰুণ কুমাৰ চন্দ (১৮৯৯–১৯৪৭) অসমৰ কাছাৰ জিলাৰ এগৰাকী সমাজসেৱক, সাহিত্যিক তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী আছিল৷ ভাৰত চৰকাৰে তেওঁৰ সন্মানত এখন ডাকটিকট জাৰি কৰে।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৪ ৫০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

অৰুণ কুমাৰ চন্দ (১৮৯৯–১৯৪৭) অসমৰ কাছাৰ জিলাৰ এগৰাকী সমাজসেৱক, সাহিত্যিক তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী আছিল৷১ ভাৰত চৰকাৰে তেওঁৰ সন্মানত এখন ডাকটিকট জাৰি কৰে।২ তেওঁ বাংলা ভাষাৰ সাপ্তাহিক আলোচনী সপ্তকৰ সম্পাদকো আছিল৷ শিলচৰত, তেখেতৰ স্মৃতিত ১৯৬০ চনত এ কে চন্দ আইন মহাবিদ্যালয় নামেৰে এখন আইন মহাবিদ্যালয় স্থাপন কৰা হয়।৩

তথ্যসূত্ৰ

  1. ↑ (19 April 2024). Arun Kumar Chanda
  2. ↑ (19 April 2024). 2000 Birth Centenaries of Socio-Political Personalities: Arun Kumar Chanda (Leader of Postal and RMS Trade Union) 1v Stamp
  3. ↑ Gyandarshan Edusolutions Private Limited. (2017-04-25). The law college in Silchar offers legal education through its three-year under graduate program.. Educational Portal India

সম্পৰ্কিত শ্ৰেণী

বঙালী ব্যক্তিঅসমৰ স্বাধীনতা সংগ্ৰামীঅসম বিধানসভাৰ সদস্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণ কুমাৰ চন্দ” প্ৰবন্ধৰ সংশোধন ৪১৮৪৫৯ (১৯ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।