অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসম সাহিত্য সভাৰ নৱম বিশেষ বাৰ্ষিক হাফলং অধিৱেশন (২০১৬)

অসম সাহিত্য সভাৰ নৱম বিশেষ বাৰ্ষিক অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰে ২০১৬ চনৰ ২ ফেব্ৰুৱাৰীৰ পৰা ডিমা হাছাও জিলাৰ হাফলং চহৰৰ সোণাৰাম থাউচেন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয়।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০১৮ ৭০ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

অসম সাহিত্য সভাৰ নৱম বিশেষ বাৰ্ষিক অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰে ২০১৬ চনৰ ২ ফেব্ৰুৱাৰীৰ পৰা ডিমা হাছাও জিলাৰ হাফলং চহৰৰ সোণাৰাম থাউচেন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয়। ড° ধ্ৰুৱজ্যোতি বৰাই সভাপতিত্ব কৰা এই অধিৱেশনখনত সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাং, ঔপন্যাসিক য়েছে দৰজে ঠংচি, ড° ৰীতা চৌধুৰী আৰু ত্ৰিপুৰাৰ দুগৰাকী বিশিষ্ট সাহিত্যিক চন্দ্ৰকান্ত মুড়াসিংহ আৰু ড° আশীষ কুমাৰ বৈদ্যই অংশগ্ৰহণ কৰে।

আলোচনাচক্ৰ

উক্ত অধিৱেশনত কছাৰী ৰাজ-পৃষ্ঠপোষকতা আৰু অসমৰ ভাষা-সাহিত্য-সংস্কৃতি শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হয়।

সম্পৰ্কিত শ্ৰেণী

অসম সাহিত্য সভাৰ অধিৱেশন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম সাহিত্য সভাৰ নৱম বিশেষ বাৰ্ষিক হাফলং অধিৱেশন (২০১৬)” প্ৰবন্ধৰ সংশোধন ১৭৪৩৬৪ (৬ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।