অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশন (ইংৰাজী: 8th special yearly Adhiveshan of Assam Sahitya Sabha) ২০১৪ চনৰ ৩১ জানুৱাৰীৰ পৰা চাৰি দিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়।১ ৩১ জানুৱাৰীৰ দিনা মামণি ৰয়ছম গোস্বামীৰ সোঁৱৰণী গ্ৰন্থ উৎসৱ আৰু সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী প্ৰদৰ্শনীখন বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হয়।২
লাইখুঁটা স্থাপন
অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশনৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰৰ ২৭ জানুৱাৰীৰ দিনা আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে পঞ্চকন্যা ধামৰ আচাৰ্য পণ্ডিত ভৃগুগিৰি মহাৰাজে।৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (January 31st, 2014). 8th Assam Sahitya Sabha begins. TNT - The Northeast Today Magazine
- ↑ সাহিত্য সভাৰ বিশেষ গুৱাহাটী. amarasom.glpublications.in. পৃ. ৮ পৃষ্ঠা
- ↑ সাহিত্য সভাৰ বিশেষ গুৱাহাটী অধিৱেশনৰ লাইখঁটা স্থাপন. amarasom.glpublications.in. পৃ. ১ পৃষ্ঠা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশন (২০১৪)” প্ৰবন্ধৰ সংশোধন ৫৬৯৯৫২ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।