অসম আন্দোলন হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়। সদৌ অসম ছাত্ৰ সন্থা আৰু "সদৌ অসম গণ সংগ্ৰাম পৰিষদ"এ অসম আন্দোলনৰ নেতৃত্ব বহন কৰিছিল,অহিংস হিচাপেই আৰম্ভ হোৱা এই আন্দোলন পিছলৈ নেলীৰ হত্যাকাণ্ড১কে ধৰি কিছু পৰিমাণে হিংসাত্মক হৈ পৰিছিল। ১৯৮৫ চনত আন্দোলনৰ নেতাসমূহ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা অসম চুক্তি মতে অসম আন্দোলনৰ অন্ত পৰে। এই আন্দোলনত অসমৰ ৮৫৫ গৰাকী লোক শ্বহীদ হৈছিল।
অসম আন্দোলনৰ শ্বহীদ সকলৰ তালিকা







লগতে চাওক
তথ্যসূত্ৰ
- ↑ নিউজ, প্ৰাগ. (১৮-২-২০২২). নেলী ১৯৮৩; ন্যায়-অন্যায়ৰ দোমোজাত ইতিহাসৰ এটা অবিস্মৰণীয়, ৰক্তৰঞ্জিত অধ্যায়. প্ৰাগনিউজ
- ↑ ডিব্ৰুমুখ, স্মৃতিগ্ৰন্থ, সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলিয়াজান অধিৱেশন। স্মৃতিগ্ৰন্থ সম্পাদনা সমিতি।পৃষ্ঠা নং ১৮০,১৮১,১৮২,১৮৩,১৮৪,১৮৫,১৮৬,১৮৭,১৮৮, ১৮৯,১৯০,১৯১,১৯২, ১৯৩, ১৯৪,১৯৬,১৯৬,১৯৭,১৯৮,১৯৯,২০০ আৰু ২০১।
- ↑ Bharat, ETV. (১০-১২-২০২১). শ্বহীদ প্ৰণামো তোমাক: জাতিৰক্ষাৰ যুঁজত আত্মবলিদান দিয়া শ্বহীদক ৰাজ্যজুৰি সোঁৱৰণ - ছবৰীয়া অসম আন্দোলন।. ETV Bharat
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম আন্দোলনৰ শ্বহীদ সকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৩৭০৯২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।