অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰবীন বণীক্য

ৰবীন বণীক্য (ইংৰাজী: Rabin Banikya, মৃত্যু: ১১ নৱেম্বৰ, ২০২২) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যিয়ে অসম গণ পৰিষদৰ হৈ প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁ ১৯৯৬ আৰু ২০০৬ চনত অভয়াপুৰী দক্ষিণ সমষ্টিৰ বাবে অসম বিধানসভা নিৰ্বাচনত নিৰ্বাচিত হৈছিল।

হালনাগাদ: ৩০ ডিচেম্বৰ ২০২৫ ৩৪ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ৰবীন বণীক্য (ইংৰাজী ভাষা: Rabin Banikya, মৃত্যু: ১১ নৱেম্বৰ, ২০২২ চন) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যিয়ে অসম গণ পৰিষদৰ হৈ প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁ ১৯৯৬ আৰু ২০০৬ চনত অভয়াপুৰী দক্ষিণ সমষ্টিৰ বাবে অসম বিধানসভা নিৰ্বাচনত নিৰ্বাচিত হৈছিল।১২৩৪

তথ্যসূত্ৰ

  1. ↑ My Neta
  2. ↑ AGP Comes Out With First List Of Candidates For Assam Polls
  3. ↑ AGP announces list of 25 candidates
  4. ↑ (11 November 2022). Former AGP MLA Rabin Banikya passes away. Guwahati Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদঅসমৰ ব্যক্তিবঙাইগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবীন বণীক্য” প্ৰবন্ধৰ সংশোধন ৫৬৬৭০০ (৩০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।