অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰদীপ সৰকাৰ

প্ৰদীপ চৰকাৰ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২১ চনত অসম গণ পৰিষদৰ প্ৰাৰ্থী পূৰ্ণেন্দু বাণীক্যক পৰাস্ত কৰি অভয়াপুৰী (দক্ষিণ) বিধান সভা সমষ্টিৰপৰা অসম বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।

হালনাগাদ: ১০ ডিচেম্বৰ ২০২৫ ৫৫ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

প্ৰদীপ চৰকাৰ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২১ চনত অসম গণ পৰিষদৰ প্ৰাৰ্থী পূৰ্ণেন্দু বাণীক্যক পৰাস্ত কৰি অভয়াপুৰী (দক্ষিণ) বিধান সভা সমষ্টিৰপৰা অসম বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন সক্ৰিয় সদস্য।১২তেওঁৰ প্ৰয়াত পিতৃ চন্দন কুমাৰ সৰকাৰ অসম চৰকাৰৰ বিধায়ক তথা মন্ত্ৰী আছিল আৰু মাতৃ স্বপ্না ৰাণী সৰকাৰ অভয়াপুৰী টাউন কমিটিৰ অধ্যক্ষ আছিল।

তথ্যসূত্ৰ

  1. ↑ Pradip Sarkar(Indian National Congress(INC)):Constituency- ABHAYAPURI SOUTH (SC)(NORTH SALMARA) - Affidavit Information of Candidate:. myneta.info
  2. ↑ Pradip Sarkar · Assam Assembly Election Results Live, Candidates News, Videos, Photos. News18

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদবঙাইগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰদীপ সৰকাৰ” প্ৰবন্ধৰ সংশোধন ৫৬২৪৬০ (১০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।