শিক্ষক
২০ প্ৰবন্ধ
-
গুৰু
গুৰু সেইজন যিয়ে জ্ঞান প্ৰদান কৰে। সংস্কৃত ভাষাৰ এই শব্দৰ অৰ্থ হৈছে শিক্ষক আৰু ওস্তাদ। এই ভিত্তিত পিতৃ-মাতৃক এজন ব্যক্তিৰ প্ৰথম গুৰু বুলি গণ্য কৰা হয়। দ্বিতীয় গুৰু হৈছে আখৰৰ জ্ঞান প্ৰদান কৰা শিক্ষক। ইয়াৰ পিছত বহু ধৰণৰ গুৰু জীৱনলৈ আহে যিয়ে বুনিয়াদী শিক্ষা দিয়ে।
-
শংকৰ মিশ্ৰ
শংকৰ মিশ্ৰ, পঞ্চদশ শতিকাৰ সময়ছোৱাত মিথিলাত এজন ভাৰতীয় বৈদিক পণ্ডিত আছিল। তেওঁ ভাৰতীয় দৰ্শনৰ বৈশেষিক চিন্তাধাৰাৰ পণ্ডিত আছিল। বৈশেষিক দৰ্শন ভাৰতীয় দৰ্শনৰ ছয়টা ধাৰাৰ ভিতৰত অন্যতম।
-
আয়াছী মিশ্ৰ
আয়াছী মিশ্ৰ চতুৰ্দশ শতিকাৰ সময়ছোৱাৰ মিথিলাৰ এজন ভাৰতীয় বৈদিক পণ্ডিত আছিল। তেওঁৰ প্ৰকৃত নাম আছিল ভৱনাথ মিশ্ৰ। ভাৰতীয় দৰ্শনৰ তেওঁ ন্যায় শাস্ত্ৰৰ বিশিষ্ট পণ্ডিত আছিল। ভাৰতীয় তৰ্ক বুলিও জনাজাত ন্যায় শাস্ত্ৰ ভাৰতীয় দৰ্শনৰ ছয়টা চিন্তাধাৰাৰ ভিতৰত অন্যতম।
-
আলৰা কালাম
আলৰা কালাম এগৰাকী সন্ন্যাসী আৰু ধ্যানৰ শিক্ষক আছিল। তেওঁ এজন শ্ৰমণ আছিল আৰু বৌদ্ধ শাস্ত্ৰ অনুসৰি গৌতম বুদ্ধৰ প্ৰথম গুৰু আছিল।
-
জন গ্ৰীফিথছ
জন গ্ৰীফিথছ (২৯ নৱেম্বৰ ১৮৩৭ – ১ ডিচেম্বৰ ১৯১৮) ভাৰতত কাম কৰা এজন ৱেলছৰ এগৰাকী শিল্পী আছিল, তেওঁ তেওঁৰ প্ৰাচ্যবাদী ৰচনাৰ বাবে বিখ্যাত।
-
অপৰ্ণা সিন্ধূৰ
অপৰ্ণা সিন্ধূৰ (জন্ম ১৯৭০/১৯৭১) এগৰাকী ভাৰতীয়-আমেৰিকান নৃত্য পৰিচালক, নৃত্যশিল্পী আৰু শিক্ষয়িত্ৰী। তেওঁ নৱৰস নাট্যালয় নৃত্য থিয়েটাৰৰ কলা পৰিচালক।
-
অল্গা প্লাম্বি
অলগা প্লাম্বি ( Ollga Plumbi), জন্ম: ১৮৯৮ চন আৰু মৃত্যু: ১৯৮৪ চন, এগৰাকী আলবেনিয়ান নাৰীবাদী, কৰ্মী আৰু ৰাজনীতিবিদ আছিল। ১৯৪৫ চনত আলবেনিয়াৰ সংসদৰ ডেপুটি হিচাপেও তেওঁ নিৰ্বাচিত হৈছিল আৰু আলবেনিয়াৰ প্ৰথম নাৰীবাদী দলৰ ভিতৰত অন্যতম হিচাপে পৰিচিত হৈছিল।
-
কিট্টি শিৱা ৰাও
কিট্টি শিৱা ৰাও (ইংৰাজী: Kitty Shiva Rao; জন্ম: ১২ ডিচেম্বৰ ১৯০৩ – মৃত্যু: ৯ ফেব্ৰুৱাৰী ১৯৮০) অষ্ট্ৰিয়াৰ এগৰাকী মণ্টেছৰী শিক্ষয়িত্ৰী আৰু থিয়'ছফিষ্ট আছিল, যিয়ে ভাৰতৰ স্বাধীনতাৰ সময়ছোৱাত মহিলাৰ এখন সমিতিৰ নেতৃত্ব দি ভাৰতৰ নতুন সংবিধানৰ বাবে ভাৰতীয় মহিলাৰ অধিকাৰ আৰু কৰ্তব্যসমূহৰ এক চনদৰ খচৰা…
-
কুমুদ কলিতা
কুমুদ কলিতা; (জন্ম ১ এপ্ৰিল ১৯৬৪) এগৰাকী ভাৰতীয় শিক্ষাবিদ, সমাজকৰ্মী, আৰু বিশেষভাৱে সক্ষম শিশু আৰু অনাথ শিশুৰ আশ্ৰয়স্থল তপোবনৰ প্ৰতিষ্ঠাপক। ১৯৮৮ চনত পাঠশালা মহাবিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ পিছত তেওঁ বিশেষকৈ শিশু কল্যাণ আৰু শাৰিৰীক অক্ষমতাৰ সহায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমাজ সেৱাৰ…
-
খান ছাৰ
পেছাগতভাৱে খান ছাৰ (Khan Sir) নামেৰে পৰিচিত ফৈজল খান (জন্ম ১৯৯৩) বিহাৰৰ পাটনাত বাস কৰা এজন ভাৰতীয় শিক্ষক আৰু ইউটিউবাৰ। তেওঁ ভাৰতত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এটা প্ৰশিক্ষক কেন্দ্ৰ চলায়।
-
চিয়াৰুঞ্জী চেচাইনা
চিয়াৰুঞ্জী চেচাইনা (ইংৰাজী: Ciarunji Chesaina; জন্ম ১৯৪৭) এগৰাকী কেনিয়ান লোকসংস্কৃতিবিদ, অধ্যাপিকা আৰু কূটনীতিবিদ। আফ্ৰিকাৰ বিভিন্ন জনগোষ্ঠী, বিশেষকৈ নীলটিক আৰু বাণ্টু গোটসমূহৰ ইতিহাস, নৃতত্ত্ব আৰু লোকসংস্কৃতি অধ্যয়নৰ বাবে তেওঁ জনাজাত।
-
ছানি লেন
ছানি লেন এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী আৰু নগ্ন মডেল। তেওঁ নাইটমুভছ, এভিএন, আৰু এক্সআৰচিঅ' হল অৱ ফেমৰ সদস্য।
-
প্ৰেম সিং তামাং
প্ৰেম সিং তামাং (জন্ম ৫ ফেব্ৰুৱাৰী ১৯৬৮), পি.এছ.গোলে নামেৰে বেছি পৰিচিত। প্ৰেম সিং তামাং এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন শিক্ষক আৰু তেখেতে ২০১৯ চনৰ ২৭ মে’ৰপৰা চিকিমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০১৯ চনৰপৰা তেওঁ চিকিম ক্ৰান্তিকাৰী মৰ্চাৰ প্ৰতিষ্থাপক আৰু নেতা হিচাপে আছিল।
-
ফণীন্দ্ৰনাথ গায়ন
ফণীন্দ্ৰনাথ গায়ন অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক আৰু সমাজকৰ্মী। সাহিত্যৰ ক্ষেত্ৰত তেওঁ বিশেষকৈ শিশুৰ বাবে লিখা সাহিত্যৰ বাবে জনপ্ৰিয়।
-
মিনা দস্তঘেইব
মিনা দস্তঘেইব (Mina Dastgheib) এগৰাকী সমসাময়িক কবি; ১৯৪৩ চনত শ্বিৰাজত জন্মগ্ৰহণ কৰা মিনাই শ্বিৰাজ বিশ্ববিদ্যালয় আৰু তেহৰাণ বিশ্ববিদ্যালয়ৰপৰা ডিগ্ৰী লাভ কৰিছে। মিনাই তেহৰাণ আৰু শ্বিৰাজৰ বিভিন্ন হাইস্কুলত ইংৰাজী আৰু পাৰ্চী সাহিত্যৰ পাঠদান কৰি আহিছে।
-
যশোদাবেন মোদী
যশোদাবেন নৰেন্দ্ৰভাই মোদী (জন্ম নাম: চিমনলাল মোডী; জন্ম ১৯৫২) এগৰাকী ভাৰতীয় প্ৰাক্তন বিদ্যালয় শিক্ষক আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিচ্ছিন্ন পত্নী। ১৯৬৮ চনত তেওঁৰ বয়স ১৬/১৭ আৰু মোদীৰ বয়স ১৮ বছৰত তেওঁলোকৰ বিবাহ হয়। বিয়াৰ দুবছৰমানৰ পাছত তেওঁৰ স্বামী নৰেন্দ্ৰ মোদীয়ে তেওঁক পৰিত্যাগ কৰে।
-
লিলিট টেৰিয়ান
লিলিট টেৰিয়ান বা লিলিয়েট টেৰিয়ান ( Lilit Teryan) আৰ্মেনিয়ান ঐতিহ্যৰ এগৰাকী ইৰাণত জন্ম গ্ৰহণ কৰা এগৰাকী ভাস্কৰ্য শিল্পী। তেওঁৰ জন্ম ৩১ ডিচেম্বৰ ১৯৩০ আৰু মৃত্যু হয় ৭ মাৰ্চ ২০১৯ চনত। তেহৰাণত ভাস্কৰ্য শিক্ষা নিষিদ্ধ হোৱাৰ সময়ত তেওঁ নিজৰ ভাস্কৰ্য শিক্ষা বন্ধ কৰিবলগীয়া হৈছিল।
-
লুচিয়া উইটবুই
লুচিয়া উইটবুই (জন্ম ২১ মাৰ্চ ১৯৬১) নামিবিয়াৰ এগৰাকী শিক্ষক আৰু ৰাজনীতিবিদ আৰু ২০২৫ চনৰপৰা নামিবিয়াৰ চতুৰ্থ উপ-ৰাষ্ট্ৰপতি। উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পূৰ্বে তেওঁ ২০০৯ চনৰপৰা ২০২৫ চনলৈকে ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য আছিল।
-
শ্বিৰিন এবাদি
শ্বিৰিন এবাদি(Shirin Ebadi; জন্ম: ২১ জুন ১৯৪৭) ইৰাণৰ এগৰাকী নোবেল বঁটা বিজয়ী, অধিবক্তা, লেখক, শিক্ষক আৰু ইৰাণৰ ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটছ চেণ্টাৰৰ প্ৰাক্তন ন্যায়াধীশ আৰু প্ৰতিষ্ঠাপক।
-
সৰোজিনী মহিষী
সৰোজিনী বিন্দুৰাও মহিষী (Sarojini Mahishi; ৩ মাৰ্চ ১৯২৭ – ২৫ জানুৱাৰী ২০১৫) এগৰাকী ভাৰতীয় শিক্ষক, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ। ১৯৬২ চনৰ পৰা ১৯৮০ চনলৈকে তেওঁ চাৰিটা কাৰ্যকাল ধৰি ধৰৱাড় উত্তৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা কৰ্ণাটক ৰাজ্যৰ প্ৰথমগৰাকী মহিলা সংসদ সদস্য।