ব্ৰাজিলৰ ব্যক্তি
১৯ প্ৰবন্ধ
-
পেলে
এড্ছন আৰাণ্টিছ ড' নাচিমেণ্ট' (Edson Arantes do Nascimento) , বা Pelé (, জন্মৰ প্ৰমাণপত্ৰত নামটো "এডিছন" বুলি দিয়া হৈছিল, জন্ম ২১ অক্টোবৰ ১৯৪০- কিন্তু পেলেৰ মতে তেওঁৰ জন্ম ২৩ অক্টোবৰতহে হৈছিল ১৯৯৯ চনত International Federation of Football History & Statistics সংস্থাই তেওঁক শতিকাৰ বিশ্ব খেলুৱৈ…
-
জিক'
আৰ্টুৰ এণ্টুনিছ ক'ইম্ব্ৰা (Arthur Antunes Coimbra,, জন্ম ৩ মাৰ্চ ১৯৫৩, ৰিঅ' ডি জেনেইৰ') বা জিক (Zico, ), এজন ব্ৰাজিলিয়ান প্ৰশিক্ষক আৰু প্ৰাক্তন ফুটবল খেলুৱৈ। "বগা পেলে" (White Pelé) নামেৰেও জনাজাত জিক'ক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফিনিশ্বাৰ আৰু পাচাৰ বুলি গণ্য কৰা হয়।
-
নেইমাৰ
নেইমাৰ ডা ছিলভা ছাণ্টোছ জুনিয়ৰ বা চমুকৈ নেইমাৰ(;জন্ম ৫ ফেব্ৰুৱাৰী, ১৯৯২) এজন পেছাদাৰী ব্ৰাজিলিয়ান ফুটবল খেলুৱৈ। তেওঁ ফৰাচী ক্লাব পেৰিছ ছেইণ্ট জাৰ্মান (Paris Saint-Germain F.C.) আৰু ব্ৰাজিলৰ জাতীয় ফুটবল দলৰ সদস্য। তেওঁ ফৰৱাৰ্ড বা উইংগাৰ হিচাপে খেলে।
-
ৰ'নাল্ড'
ৰ'নাল্ড' লুই নাজাৰিঅ' ডি লিমা (Ronaldo Luís Nazário de Lima; জন্ম ১৮ ছেপ্টেম্বৰ ১৯৭৬) বা চমুকৈ ৰ'নাল্ড হৈছে এজন প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ। "The phenomenon" বুলিও জনাজাত ৰ'নাল্ড'ক সমালোচক আৰু অনুৰাগীয়ে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ বুলি গণ্য কৰা হয়।
-
গিলকা মাচাডো
গিলকা মাচাডো ( Gilka Machado; ১৮৯৩–১৯৮০ চন) আছিল এগৰাকী ব্ৰাজিলৰ কবি আৰু ৰাজনৈতিক কৰ্মী। ব্ৰাজিলৰ কামোদ্দীপক কবিতা লিখা প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম হিচাপে তেওঁ পৰিচিত হৈছিল; তেওঁৰ কামক সাধাৰণতে প্ৰতীকী হিচাপে শ্ৰেণীভুক্ত কৰা হয়।
-
পাওলো কোৱেলহো
পাওলো কোৱেলহো ( ; জন্ম: ২৪ আগষ্ট ১৯৪৭) এজন ব্ৰাজিলৰ গীতিকাৰ আৰু ঔপন্যাসিক আৰু ২০০২ চনৰ পৰা ব্ৰাজিলিয়ান একাডেমী অৱ লেটাৰ্ছৰ সদস্য। ১৯৮৮ চনত তেওঁৰ দ্য এলকেমিষ্ট উপন্যাসখন আন্তঃৰাষ্ট্ৰীয় বেষ্ট চেলাৰত পৰিণত হয়।
-
আনা মাৰিয়া মাচাডো
আনা মাৰিয়া মাচাডো (জন্ম ২৪ ডিচেম্বৰ ১৯৪১) ব্ৰাজিলৰ শিশু গ্ৰন্থৰ লেখিকা, লিজিয়া বজুংগা নুনেছ আৰু ৰুথ ৰোচাৰ সৈতে অন্যতম উল্লেখযোগ্য। ২০০০ চনত তেওঁ "শিশু সাহিত্যলৈ স্থায়ী অৱদান"ৰ বাবে আন্তঃৰাষ্ট্ৰীয় হান্স খ্ৰীষ্টিয়ান এণ্ডাৰছন পদক লাভ কৰে।
-
এড্ৰিয়ানা লিমা
এড্ৰিয়ানা লিমা (জন্ম ১২ জুন ১৯৮১) এগৰাকী ব্ৰাজিলীয় মডেল। তেওঁ ২০০০ চনৰপৰা ২০১৮ চনলৈ ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল হিচাপে কৰ্মৰত আছিল, আৰু ১৯৯৯ চনত ভিক্টোৰিয়াছ ছিক্ৰেট ফেশ্বন শ্ব'ত প্ৰথম উপস্থিত হয়। তেওঁ এই ব্ৰেণ্ডৰ আটাইতকৈ দীঘলীয়া সময় ধৰি কাম কৰা এঞ্জেল আৰু মডেল।
-
এলেছেন্দ্ৰা এমব্ৰোচিঅ’
এলেছেন্দ্ৰা কৰিন এমব্ৰোচিঅ’ (ইংৰাজী: Alessandra Ambrosio; জন্ম: ১১ এপ্ৰিল ১৯৮১) এগৰাকী ব্ৰাজিলিয়ান মডেল। তেওঁ ভিক্টোৰিয়াছ ছিক্ৰেটৰ সৈতে কৰা কামৰ বাবে পৰিচিত আৰু কোম্পানীটোৰ 'পিংক' লাইনৰ প্ৰথমগৰাকী মুখপাত্ৰ মডেল হিচাপে নিৰ্বাচিত হৈছিল।
-
জোনাছ মাছেট্টি
জোনাছ মাছেট্টি ( Jonas Masetti) যাক পৰম্পৰাগত নাম বিশ্বনাথ’ বুলিও জনা যায়। তেওঁ ব্ৰাজিলৰ অদ্বৈত বেদান্ত, সংস্কৃত আৰু যোগৰ শিক্ষক। ৰিঅ' ডি জেনেইৰ'ৰ পেট্ৰ'পলিছত অৱস্থিত ইনষ্টিটিউট বিশ্ব বিদ্যাৰ প্ৰতিষ্ঠাপক আৰু স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰত্যক্ষ শিষ্য।
-
টাটিয়ানে আলভেশ্ব
টাটিয়ানে আলভেশ্ব (জন্ম: চি. ১৯৮৬) এগৰাকী ব্ৰাজিলিয়ান মডেল, হিচাপ পৰামৰ্শদাতা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে মিছ আৰ্থ ২০০৮ প্ৰতিযোগিতাত ব্ৰাজিলক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ অন্যতম বিজয়ী হিচাপে উলাই আহে আৰু মিছ আৰ্থ ফায়াৰৰ মুকুট লাভ কৰে, যিটো তৃতীয় ৰানাৰ-আপৰ সমতুল্য।
-
নাটালিয়া গুইমাৰেজ
নাটালিয়া আপাৰেচিডা গুইমাৰেজ (জন্ম: ২৫ ডিচেম্বৰ ১৯৮৪) এগৰাকী ব্ৰাজিলিয়ান অভিনেত্ৰী, টিভি সঞ্চালক, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মিছ ব্ৰাজিল ২০০৭ খিতাপ অৰ্জন কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৭ত নিজৰ দেশক প্ৰতিনিধিত্ব কৰি প্ৰথম ৰানাৰ-আপৰ স্থান লাভ কৰিছিল।
-
নাথালিয়া কৌৰ
নাথালিয়া পিনহেইৰো ফেলিপ মাৰ্টিন্স (জন্ম: ১৫ আগষ্ট ১৯৯৩), যি নাথালিয়া কৌৰ নামেৰে অধিক পৰিচিত, এগৰাকী ব্ৰাজিলিয়ান মডেল আৰু অভিনেত্ৰী যিয়ে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ বিশেষকৈ বলিউড আৰু দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত আইটেম চং আৰু অভিনয়ৰ বাবে পৰিচিত।
-
প্ৰিচিলা মেইৰেলছ
প্ৰিচিলা মেইৰেলছ ডি আলমেইডা-এষ্ট্ৰাডা (ইংৰাজী: Priscilla Meirelles de Almeida-Estrada; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৮৩) এগৰাকী ব্ৰাজিলিয়ান মডেল, টেলিভিছন সঞ্চালক, অভিনেত্ৰী, পৰিৱেশবিদ আৰু সৌন্দৰ্য ৰাণী।
-
বিয়া আৰু ব্ৰাংকা
বেয়াট্ৰিজ ফেৰেছ আৰু ব্ৰাংকা ফেৰেছ (২২ ফেব্ৰুৱাৰী, ১৯৮৮, ব্ৰাজিল) হৈছে ব্ৰাজিলৰ ছিঙ্ক্ৰোনাইজড ছুইমাৰ, মডেল আৰু অভিনেত্ৰী। তেওঁলোক যমজ ভগ্নী।
-
ব্ৰুনা মাৰ্কেজিনি
ব্ৰুনা ৰেইছ মাইয়া (জন্ম ৪ আগষ্ট ১৯৯৫), পেছাগতভাৱে ব্ৰুনা মাৰ্কেজিনি নামে জনাজাত, এগৰাকী ব্ৰাজিলিয়ান অভিনেত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা আৰু মডেল। তেওঁ ২০০০ চনত শিশু কাৰ্যসূচী জেন্টে ইনোচেণ্টেত শিশু সাক্ষাৎকাৰগ্ৰহণকাৰী হিচাপে টেলিভিছনত আত্মপ্ৰকাশ কৰে। তাৰ পিছত তেওঁ একাধিক টেলেনোভেলাত অভিনয় কৰে।
-
মায়ে জুডিথ
মায়ে জুডিথ (মৃত্যু ১৯৪০) আছিল এগৰাকী পশ্চিম আফ্ৰিকীয় দাসী যাক ব্ৰাজিললৈ লৈ যোৱা হৈছিল। ব্ৰাজিলত তেওঁ এগৰাকী মায়ে-ডি-চেণ্টো (ধৰ্মীয় যাজিকা) হৈ পৰে আৰু আফ্ৰো-ব্ৰাজিলিয়ান ধৰ্ম 'কেণ্ডম্বলে'ৰ সৈতে জড়িত হয়।
-
মাৰ্থা ভাছকনচেলোছ
মাৰ্থা মাৰিয়া কৰ্ডেইৰো ভাছকনচেলোছ (জন্ম: ১৮ জুন ১৯৪৮) এগৰাকী ব্ৰাজিলিয়ান সৌন্দৰ্য ৰাণী, যিয়ে ১৯৬৩ চনত য়েডা মাৰিয়া ভাৰ্গাছৰ পিছত দেশৰ দ্বিতীয়গৰাকী মিছ ইউনিভাৰ্ছ বিজয়ী হিচাপে পৰিগণিত হয়।
-
লাৰিছা ৰামোজ
লাৰিছা ৰিবেৰো ৰামোজ ট্ৰামনটিন (ইংৰাজী: Larissa Ribeiro Ramos Tramontin; জন্ম: ৪ ফেব্ৰুৱাৰী ১৯৮৯) এগৰাকী ব্ৰাজিলিয়ান মডেল আৰু সৌন্দৰ্য ৰাণী যিয়ে মিছ আৰ্থ ২০০৯ খিতাপ জয় কৰিছিল।