অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিয়া আৰু ব্ৰাংকা

বেয়াট্ৰিজ ফেৰেছ আৰু ব্ৰাংকা ফেৰেছ (২২ ফেব্ৰুৱাৰী, ১৯৮৮, ব্ৰাজিল) হৈছে ব্ৰাজিলৰ ছিঙ্ক্ৰোনাইজড ছুইমাৰ, মডেল আৰু অভিনেত্ৰী। তেওঁলোক যমজ ভগ্নী।

হালনাগাদ: ১৬ মে’ ২০২৫ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বেয়াট্ৰিজ ফেৰেছ আৰু ব্ৰাংকা ফেৰেছ (২২ ফেব্ৰুৱাৰী, ১৯৮৮, ব্ৰাজিল) হৈছে ব্ৰাজিলৰ ছিঙ্ক্ৰোনাইজড ছুইমাৰ, মডেল আৰু অভিনেত্ৰী। তেওঁলোক যমজ ভগ্নী।

ছুইমিং

ফেৰেছ ভগ্নীয়ে ৩ বছৰ বয়সতে ছুইমিং আৰু জিমন্যাষ্টিক অভ্যাস আৰম্ভ কৰিছিল আৰু ৭ বছৰ বয়সতে ছিঙ্ক্ৰোনাইজড ছুইমিং আৰম্ভ কৰে। তেওঁলোকে যুৱক আৰু প্ৰাপ্তবয়স্ক দুয়োটা শ্ৰেণীত ব্ৰাজিলৰ চেম্পিয়ন হৈছিল। তেওঁলোকে ২০০৫ চনৰ পেন আমেৰিকান জুনিয়ৰ গেমছত দ্বিতীয় স্থান লাভ কৰিছিল।

তেওঁলোকে ২০০৭ চনৰ পেন আমেৰিকান গেমছৰ ছিঙ্ক্ৰোনাইজড ছুইমিং প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ব্ৰঞ্জ পদক জয় কৰিছিল।১ তেওঁলোকে ২০১০ চনৰ দক্ষিণ আমেৰিকান গেমছত মহিলা দলৰ ছিঙ্ক্ৰোনাইজড ছুইমিং প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল। লগতে তেওঁলোকে ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ ছিঙ্ক্ৰোনাইজড ছুইমিং – মহিলা দলত ব্ৰাজিলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল।

মডেলিং আৰু অভিনয়

ফেৰেছ ভগ্নীয়ে মডেল হিচাপে বহুতো ফটোশ্বুটত অংশগ্ৰহণ কৰিছে, যাৰ ভিতৰত ২০০৮ চনৰ জুলাই মাহত VIP (ব্ৰাজিলীয়ান আলোচনী)ৰ কভাৰত অৱস্থিত ফটোও অন্তৰ্ভুক্ত।

তথ্যসূত্ৰ

  1. ↑ (2 July 2007). Campeãs de beleza, gêmeas buscam ouro. Terra.com.br

সম্পৰ্কিত শ্ৰেণী

ব্ৰাজিলৰ ব্যক্তিমডেলঅভিনেত্ৰীক্ৰীড়াবিদযমজ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিয়া আৰু ব্ৰাংকা” প্ৰবন্ধৰ সংশোধন ৫০৯২৬৭ (১৬ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।