নেইমাৰ ডা ছিলভা ছাণ্টোছ জুনিয়ৰ বা চমুকৈ নেইমাৰ(;জন্ম ৫ ফেব্ৰুৱাৰী, ১৯৯২) এজন পেছাদাৰী ব্ৰাজিলিয়ান ফুটবল খেলুৱৈ। তেওঁ ফৰাচী ক্লাব পেৰিছ ছেইণ্ট জাৰ্মান (Paris Saint-Germain F.C.) আৰু ব্ৰাজিলৰ জাতীয় ফুটবল দলৰ সদস্য। তেওঁ ফৰৱাৰ্ড বা উইংগাৰ হিচাপে খেলে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেইমাৰ” প্ৰবন্ধৰ সংশোধন ৬২১৪৪৪ (২৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।