আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী
৩৩ প্ৰবন্ধ
-
ছানী লিয়নি
কৰেনজিৎ কৌৰ ভোহৰা (Karenjit Kaur Vohra জন্ম: ১৩ মে', ১৯৮১), জনপ্ৰিয় নাম ছানী লিয়নি (Sunny Leone), এগৰাকী মডেল তথা আমেৰিকান আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী অভিনেত্ৰী। তেওঁ এগৰাকী প্ৰাক্তন পৰ্ণ তাৰকা। কানাডাৰ এটা ভাৰতীয় শিখ পৰিয়ালত লিয়নিয়ে জন্মগ্ৰহণ কৰিছিল।
-
জেনা জেমছন
জেনা মেৰী মাছলি ( ইংৰাজী: Jenna Marie Massoli; জন্ম: ৯ এপ্ৰিল, ১৯৭৪; পেছাগতভাৱে জেনা জেমছন নামেৰে পৰিচিত), এগৰাকী আমেৰিকান ব্যৱসায়ী, লেখিকা, টেলিভিছন ব্যক্তিত্ব আৰু প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী।
-
ভিক্টোৰিয়া ঝড্ৰক
ভিক্টোৰিয়া ঝড্ৰক উইলছন (জন্ম ৩ মাৰ্চ, ১৯৭৩) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী, লেখিকা আৰু মডেল। ১৯৯৪ চনৰ অক্টোবৰ মাহত তেওঁ প্লেবয়ৰ প্লেমেট আছিল।
-
অৰোৰা স্নো
অৰোৰা স্নো হৈছে এগৰাকী অৱসৰপ্ৰাপ্ত আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী, পৰিচালক আৰু স্তম্ভলেখিকা।
-
আগষ্ট এমেছ
মাৰ্চিডিজ গ্ৰেব'স্কি (২৩ আগষ্ট, ১৯৯৪ – ৫ ডিচেম্বৰ, ২০১৭), পেছাদাৰীভাৱে আগষ্ট এমেছ নামেৰে পৰিচিত, এগৰাকী কানাডাৰ পৰ্ণগ্ৰাফিক অভিনেত্ৰী আছিল। ২০১৬ চনত এখন নন-পৰ্ণগ্ৰাফিক ছবিকে ধৰি ১০০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল আৰু কেইবাটাও এভিএন বঁটাৰ বাবে মনোনীত হৈছিল।
-
আছা আকিৰা
আছা আকিৰা (জন্ম: ১৯৮৪/১৯৮৫) হৈছে এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী, লেখিকা আৰু প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ পৰিচালক। ২০২৩ চনৰ জুন মাহলৈকে তেওঁ ৬৮৯খন প্ৰাপ্তবয়স্ক চলচ্চিত্ৰত অভিনয় কৰিছে।
-
ইণ্ডিয়া ছামাৰ
ইণ্ডিয়া ছামাৰ এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী আৰু নগ্ন মডেল আৰু এভিএন আৰু এক্সআৰচিঅ’ হলছ অৱ ফেমৰ সদস্য। তেওঁৰ মঞ্চ নামটো ভাৰতীয় গ্ৰীষ্মকালীন বাক্যাংশৰ আধাৰত ৰখা হৈছে৷ ইয়াৰ উপৰিও তেওঁৰ মূলসুঁতিৰ অভিনয়ৰ ক্ৰেডিট আছে।
-
ইভা এঞ্জেলিনা
ইভা এঞ্জেলিনা এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী। ২০০৭ চনৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে নাইটমুভছ বঁটা, ২০০৮ চনৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে এভিএন বঁটা, ২০০৮ চনৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে এক্সআৰচিঅ' বঁটা, আৰু ২০০৮ চনৰ বছৰৰ মহিলা অভিনেতাৰ বাবে এক্সবিআইজ বঁটা আদি কেইবাটাও উদ্যোগ বঁটা লাভ কৰিছে।
-
এবে ব্ৰুকছ
এবে ব্ৰুকছ (ডেট্ৰইট, মিচিগান; ১৭ ফেব্ৰুৱাৰী ১৯৮৩) এগৰাকী অশ্লীল চলচ্চিত্ৰৰ অভিনেত্ৰী তথা মাৰ্কিন নাগৰিক। তেওঁ লেচবিয়ান দৃশ্যত অধিক উৎসাহী; যদিও তেওঁৰ অভিষেক হৈছিল স্তনৰ সহায়ত কৰা হস্তমৈথুন দৃশ্যৰ বাবে। তেওঁ Bang Bros, Reality Kings, Brazzers আদি সংস্থাত কাম কৰিছে।
-
এবেলা ডেঞ্জাৰ
এবেলা ডেঞ্জাৰ (ইংৰাজী: Abella Danger; জন্ম: ১৯ নৱেম্বৰ ১৯৯৫) এগৰাকী আমেৰিকান প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ অভিনেত্ৰী আৰু পৰিচালক। তেওঁ ২০১০ দশকৰ মাজভাগত প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগত অন্যতম জনপ্ৰিয় আৰু চাহিদাসম্পন্ন অভিনেত্ৰী হিচাপে পৰিচিত হয়।
-
এমা মেগনোলিয়া
এমা মেগনোলিয়া (ইংৰাজী: Emma Magnolia; জন্ম: ১০ এপ্ৰিল, ১৯৯২) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী আৰু মডেল। তেওঁ এভিএন এৱাৰ্ডছ (২০২৪), পৰ্ণহাব এৱাৰ্ডছ (২০২৪), আৰু এক্সএমএ এৱাৰ্ডছ (২০২৬)ত বিজয়ী হৈছিল।
-
কাৰমেন লুভানা
কাৰমেন লুভানা (ইংৰাজী: Carmen Luvana; জন্ম: ২৩ আগষ্ট ১৯৮১), যাৰ প্ৰকৃত নাম মিচেল চেণ্ডোভেল, এগৰাকী পুৱেৰ্টো ৰিকান চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী আৰু এগৰাকী অৱসৰপ্ৰাপ্ত পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী।
-
কেগনী লিন কাৰ্টাৰ
কেগনী লিন কাৰ্টাৰ (ইংৰাজী: Kagney Linn Karter; ২৮ মাৰ্চ ১৯৮৭ – ১৫ ফেব্ৰুৱাৰী ২০২৪) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী আৰু 'এক্সটিক ডান্সাৰ' আছিল। অভিনয় আৰু সংগীতৰ কেৰিয়াৰ গঢ়িবলৈ মিজুৰীৰ পৰা কেলিফৰ্ণিয়ালৈ অহাৰ পিছত তেওঁ কামোদ্দীপক ফটোগ্ৰাফাৰ হলী ৰেণ্ডেলৰ বাবে পোজ দিছিল আৰু 'নটি আমেৰিকা' তথা…
-
চাইথেৰিয়া
চাইথেৰিয়া (ইংৰাজী: Cytherea) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু মডেল। যৌন কাৰ্য সম্পাদন কৰাৰ সময়ত তেওঁৰ মহিলা স্খলন (যাক প্ৰাপ্তবয়স্ক উদ্যোগত "স্কুৱাৰ্টিং" বুলি জনা যায়) কৰাৰ ক্ষমতাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
ছানি লেন
ছানি লেন এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী আৰু নগ্ন মডেল। তেওঁ নাইটমুভছ, এভিএন, আৰু এক্সআৰচিঅ' হল অৱ ফেমৰ সদস্য।
-
জিনা লিন
তানিয়া মাৰ্চাডো (জন্ম: ১৫ ফেব্ৰুৱাৰী ১৯৭৪ তেওঁক ২০১০ চনত 'এভিএন হল অৱ ফেেম'ত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু তেওঁ পেণ্টহাউচ আলোচনীৰ ২০১২ চনৰ এপ্ৰিল মাহৰ 'পেণ্টহাউচ পেট' আছিল। লিন এমিনেমৰ "ছুপাৰমেন" গীতৰ সংগীত ভিডিঅ'ত অভিনয় কৰাৰ বাবেও পৰিচিত।
-
জিনা ৰড্ৰিগেজ
জিনা ৰড্ৰিগেজ (ইংৰাজী: Gina Rodriguez; ডেমি ডেলিয়া নামেৰেও জনাজাত; জন্ম: ১৫ নৱেম্বৰ ১৯৬৭) এগৰাকী আমেৰিকান প্ৰাক্তন পৰ্ণগ্ৰাফিক অভিনেত্ৰী। নাদিয়া চুলেমান আৰু মাইকেল লোহানৰ দৰে ব্যক্তিসকলৰ সৈতে কৰা কামৰ বাবে তেওঁ পৰিচিত।
-
জেজমিন চৌধুৰী
জেজমিন চৌধুৰী (প্ৰচলিত নামে জেজমিন) হৈছে বাংলাদেশত জন্মগ্ৰহণ কৰা এজনী আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী।ৰ সৈতে কাম কৰে। ২০০৫ চনত তেওঁ Orgy World: The Next Level 7 ছবিৰ বাবে শ্ৰেষ্ঠ গোট যৌন দৃশ্য, ভিডিঅ' শ্ৰেণীত AVN বঁটা লাভ কৰে।
-
ডায়ানা লৰেন
ডায়ানা লৰেন (ইংৰাজী: Dyanna Lauren; জন্ম: ১৮ মাৰ্চ ১৯৬৫) এগৰাকী আমেৰিকান কামোদ্দীপক নৃত্যশিল্পী, পৰ্ণগ্ৰাফিক অভিনেত্ৰী, গায়িকা আৰু পৰিচালিকা।
-
নাদিয়া আলি
অনাই মালিক (জন্মনাম অনাজা মালিক; ) পেছাগতভাৱে নাদিয়া আলী নামেৰে পৰিচিত, এগৰাকী পাকিস্তান-জন্ম আমেৰিকান প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী। তেওঁ ২০১৫ চনৰপৰা ২০১৬ চনলৈ প্ৰাপ্তবয়স্ক অভিনেত্ৰী হিচাপে কাম কৰিছিল।
-
ববী ষ্টাৰ
ববী ষ্টাৰ (জন্ম: ১৯৮৩) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ ২০১২ চনত 'এভিএন এৱাৰ্ড ফৰ ফিমেল পাৰফৰ্মাৰ অৱ দ্য ইয়াৰ' বঁটা লাভ কৰিছিল আৰু ২০২৬ চনত তেওঁক 'এভিএন হল অৱ ফেেম'ত অন্তৰ্ভুক্ত কৰা হৈছিল।
-
ব্ৰিটনী ডি লা ম'ৰা
ব্ৰিটনী ডি লা ম'ৰা (পূৰ্বৰ উপাধি: ৰুইজ; জন্ম: ১ এপ্ৰিল ১৯৮৭), পেছাগতভাৱে জেনা প্ৰেছলী নামেৰে পৰিচিত এগৰাকী আমেৰিকান প্ৰাক্তন পৰ্ণগ্ৰাফিক অভিনেত্ৰী। ২০১২ চনত পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ উদ্যোগ ত্যাগ কৰাৰ পিছত তেওঁ ছান ডিয়েগোত এগৰাকী ইভানজেলিকােল খ্ৰীষ্টান ধৰ্ম প্ৰচাৰক হৈ পৰে।
-
ব্ৰিটানি কক্সএক্সএক্স
এড্ৰিয়ান কৰ্টেজ (১৯ জুলাই ১৯৭৮ – ৬ ডিচেম্বৰ ২০১৬, ব্ৰিটানি কক্সএক্সএক্স (Brittany CoxXx) নামেৰে অধিক জনা যায়) তেওঁ আছিল এগৰাকী আমেৰিকান সমকামী আৰু ৰূপান্তৰকামী পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ অভিনেত্ৰী।
-
ব্ৰী অ'ল্চন
ব্ৰী অ'ল্চন ( ইংৰাজী: Bree Olson; জন্ম: ৰেচেল অ'বেৰলিন, ৭ অক্টোবৰ, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী, মডেল আৰু প্ৰাক্তন পৰ্ণগ্ৰাফিক অভিনেত্ৰী। ২০০৬ চনৰ পৰা ২০১১ চনলৈকে ১৭০ খনতকৈও অধিক প্ৰাপ্তবয়স্ক ছবিত অভিনয় কৰিছিল।
-
মনিক আলেকজেণ্ডাৰ
মনিক আলেকজেণ্ডাৰ (ইংৰাজী: Monique Alexander) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী, নগ্ন মডেল আৰু ২০১৭ চনৰ এভিএন (AVN) হল অৱ ফেমত অন্তৰ্ভুক্ত হোৱা ব্যক্তি। আলেকজেণ্ডাৰ বাক-স্বাধীনতা আৰু যৌন শিক্ষাৰ এগৰাকী পোষকতা কৰা ব্যক্তি হিচাপেও পৰিচিত।
-
মিয়া ইছাবেলা
মিয়া ইছাবেলা (জন্ম ১৯৮৬) হৈছে এগৰাকী আমেৰিকান ৰূপান্তৰকামী অৱসৰপ্ৰাপ্ত পৰ্ণ চলচ্চিত্ৰ অভিনেত্ৰী।
-
মিয়া খলিফা
মিয়া খলিফা (ميا خليفة, জন্ম ১০ ফেব্ৰুৱাৰী, ১৯৯৩, মিয়া কালিষ্টা নামেৰেও পৰিচিত, এগৰাকী লেবানন - আমেৰিকান ইণ্টাৰনেট চেলিব্ৰিটি, ৱেবকেম মডেল আৰু প্ৰাপ্তবয়স্ক মডেল যিয়ে ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে পৰ্ণগ্ৰাফিক অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰ গঢ়ি সকলোৰে পৰিচিত হৈ উঠে।
-
য়াছমিন লী
য়াছমিন লী এগৰাকী কম্বোডিয়ান আমেৰিকান ট্ৰেন্সজেণ্ডাৰ পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু এগৰাকী মডেল। তেওঁ দ্য হেংগ’ভাৰ পাৰ্ট টু চলচ্চিত্ৰত 'কিম্মী' ৰূপে অভিনয় কৰিছিল।
-
লানা ৰোডছ
লানা ৰোডছ ( চিকাগো, ইলিনয়; ৬ ছেপ্টেম্বৰ, ১৯৯৬) এগৰাকী পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু মডেল।
-
স্কিন ডায়মণ্ড
ৰেলিন জয় ক্ৰিষ্টেনচেন জয়ে ২০১৬ চনত প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ জগতৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ গীত ৰচনা আৰু মূলধাৰাৰ অভিনয়ৰ দৰে অন্যান্য বিষয়ত মনোনিৱেশ কৰে।