অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লানা ৰোডছ

লানা ৰোডছ ( চিকাগো, ইলিনয়; ৬ ছেপ্টেম্বৰ, ১৯৯৬) এগৰাকী পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু মডেল।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৬ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

লানা ৰোডছ ( চিকাগো, ইলিনয়; ৬ ছেপ্টেম্বৰ, ১৯৯৬) এগৰাকী পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনয় শিল্পী আৰু মডেল।

জীৱনী

লানা চেকোস্লোভাক বংশৰ এটা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। ১ তাই দ্য টেলিড কিল্ট ৰেষ্টুৰেণ্ট চেইনত ওৱেট্ৰেছ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। ২

তাই ২০১৬ চনত ২০ বছৰ বয়সত পৰ্ণ উদ্যোগত প্ৰৱেশ কৰিছিল। ১ তাইৰ প্ৰথম অভিনয় দৃশ্য আছিল ৱেব এফ টিভি গাৰ্লছৰ বাবে। ২

২০১৬ চনৰ আগষ্ট মাহত তাই পেণ্টহাউছ আলোচনীৰ পেট অফ পেণ্টহাউছ হিচাপে নিৰ্বাচিত হয়। ৩

২০১৭ চনত লানা নামৰ চলচ্চিত্ৰত তাই প্ৰথম এনাল সেক্স (পায়ুপথৰ যৌন সম্পৰ্ক) আৰু ডাবল পেনেট্ৰেচন দৃশ্য ৰূপায়ণ কৰে ৪ আৰু এসপ্তাহৰ পিছত লানা ৰোডছ আনলিশ্বেডত তাই প্ৰথম এনাল ডাবল পেনেট্ৰেচন দৃশ্য ৰূপায়ণ কৰে। ৫ তাই গেংবেং মি ৩ -ত প্ৰথমবাৰৰ বাবে গেংবেং ৰূপায়ণ কৰে। ৬

২০১৭ চনত তাই জেনাণ্ডাৰ কৰ্ভাছৰ সৈতে হট মডেল ৯ৰ বাবে শ্ৰেষ্ঠ উত্তপ্ত অভিনেত্ৰী আৰু শ্ৰেষ্ঠ ল'ৰা/ছোৱালী যৌন দৃশ্যৰ শাখাত এভিএন বঁটাৰ বাবে মনোনীত হয় ৭ ৮

একেদৰে তেওঁ এক্সবিআইজেড এৱাৰ্ডছত শ্ৰেষ্ঠ উদ্দিপ্ত অভিনেত্ৰীৰ বঁটা লাভ কৰে ৯ আৰু শ্ৰেষ্ঠ লেচবিয়ান চলচ্চিত্ৰ সেক্স সিন আৰু বেনজিং ক্লিটৰ শ্ৰেষ্ঠ গনজো চলচ্চিত্ৰ যৌন দৃশ্যৰ বাবে টুইষ্টেড পেচনছ ১৮ দ্বাৰা দুবাৰ মনোনয়ন লাভ কৰে। ১০ ১১

পৰ্ণগ্ৰাফীত অল্পকালীন কেৰিয়াৰৰ অন্তত অভিনেত্ৰী হিচাপে ২৪০খনতকৈও অধিক ছবি ৰেকৰ্ডিং কৰি ২০১৮ চনত অৱসৰ গ্ৰহণ কৰে যদিও ২০২০ চনৰ জানুৱাৰী মাহত ব্ৰাজাৰ্ছত ১২টা নতুন দৃশ্য অভিনয় কৰিব বুলি সংক্ষিপ্ত প্ৰত্যাৱৰ্তনৰ কথা ঘোষণা কৰে। ১২

তাইৰ কেইখনমান চিনেমা হ'ল - ২ কিউট ৪ পৰ্ণ ৪ ১৩, ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্চ ৩ ১৪, ডাৰ্টী টক ৪ ১৫, ফ্লাছ হাণ্টাৰ ১৪ ১৬, লাভ ষ্ট'ৰীচ ৫ ১৭, স্লাট অডিচন ১৯ ১৮ স্লাট পাপিচ ১১ ১৯

তথ্যসূত্ৰ

  1. ↑ Internet Adult Film Database. www.iafd.com
  2. ↑ (2016-04-21). Lana Rhoades Interview. Pornstar Interviews
  3. ↑ Lana Rhoades - Penthouse Galleries - Exclusive Penthouse Pets Pictures. penthouse-galleries.net
  4. ↑ Lana · Tushy · adultfilmdatabase. www.adultfilmdatabase.com
  5. ↑ Lana Rhoades Unleashed · Hard X · adultfilmdatabase. www.adultfilmdatabase.com
  6. ↑ Gangbang Me 3 · Hard X · adultfilmdatabase. www.adultfilmdatabase.com
  7. ↑ Network, AVN Media. AVN Fan Awards. AVN Fan Awards
  8. ↑ Internet Adult Film Database. www.iafd.com
  9. ↑ XBIZ. 2017 XBIZ Awards Winners Announced. XBIZ
  10. ↑ (2016-11-20). XBIZ Announces Finalist Nominees for 2017 XBIZ Awards - XBIZ.com. web.archive.org
  11. ↑ Internet Adult Film Database. www.iafd.com
  12. ↑ Tuit de Lana Rhoades. Twitter
  13. ↑ 2 Cute 4 Porn 4 · Evil Angel · adultfilmdatabase. www.adultfilmdatabase.com
  14. ↑ Brothers and Sisters 3 · Sweet Sinner · adultfilmdatabase. www.adultfilmdatabase.com
  15. ↑ Dirty Talk 4 · Evil Angel · adultfilmdatabase. www.adultfilmdatabase.com
  16. ↑ Flesh Hunter 14 · Jules Jordan Video · adultfilmdatabase. www.adultfilmdatabase.com
  17. ↑ Love Stories 5 · Erotica X · adultfilmdatabase. www.adultfilmdatabase.com
  18. ↑ Slut Auditions · Evil Angel · adultfilmdatabase. www.adultfilmdatabase.com
  19. ↑ Slut Puppies 11 · Jules Jordan Video · adultfilmdatabase. www.adultfilmdatabase.com

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লানা ৰোডছ” প্ৰবন্ধৰ সংশোধন ৫৮১৪১৬ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।