আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী
৩৩ প্ৰবন্ধ
-
হলি চেম্পছন
হলি জয় চেম্পছন ( ইংৰাজী: Holy Joy Sampson; জন্ম: ৪ ছেপ্টেম্বৰ, ১৯৭৩), যাক নিকোলেট ফষ্টাৰ, আন্দ্ৰেয়া মাইকেলছ বা জো নামেৰেও জনা যায়। চেম্পছন এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু মডেল। তাই মূলসুঁতিৰ চলচ্চিত্ৰৰ লগতে পৰ্ণগ্ৰাফিক চলচ্চিত্ৰতো অভিনয় কৰিছিল। তাৰোপৰি তাই কেইবাটাও টেলিভিছন শ্ব'ত অভিনয় কৰিছিল।
-
ৰেনে বণ্ড
ৰেনে বণ্ড (১১ অক্টোবৰ ১৯৫০ – ২ জুন ১৯৯৬) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু পৰ্ণগ্ৰাফিক অভিনেত্ৰী আছিল। বণ্ডই ১৯৬০ চনৰ শেষৰফালে হেৰী নোভাকে নিৰ্মাণ কৰা ছফ্টকোৰ এক্সপ্লইটেচন চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু ১৯৭০ চনৰ আৰম্ভণিতে হাৰ্ডকোৰ চলচ্চিত্ৰলৈ গতি কৰিছিল।
-
ৰেমি লাক্ৰ'ইছ
ৰেমি লাক্ৰ'ইছ (ইংৰাজী: Remy LaCroix) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী। তেওঁ ২০১৩ চনত শ্ৰেষ্ঠ নতুন ষ্টাৰলেটৰ AVN বঁটা লাভ কৰে। তাৰ পিছত ২০১৪ চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপৰ লগতে বছৰটোৰ শ্ৰেষ্ঠ মহিলা প্ৰদৰ্শনকাৰীৰ হিচাপে ২০১৪ চনৰ XRCO বঁটা লাভ কৰে।