এবে ব্ৰুকছ (ডেট্ৰইট, মিচিগান; ১৭ ফেব্ৰুৱাৰী ১৯৮৩) এগৰাকী অশ্লীল চলচ্চিত্ৰৰ অভিনেত্ৰী তথা মাৰ্কিন নাগৰিক। তেওঁ লেচবিয়ান দৃশ্যত অধিক উৎসাহী; যদিও তেওঁৰ অভিষেক হৈছিল স্তনৰ সহায়ত কৰা হস্তমৈথুন দৃশ্যৰ বাবে।
তেওঁ Bang Bros, Reality Kings, Brazzers আদি সংস্থাত কাম কৰিছে। তেওঁ বহুতো ইৰোটিক এক্সপ’ত অংশগ্ৰহণ কৰিছে।১
বঁটা
- ২০০৮ AVN বঁটা: মনোনীত
- ২০১৪ XBiz Awards: মনোনীত – সৰ্বশ্ৰেষ্ঠ গাৰ্ল-অন-গাৰ্ল দৃশ্য "Hot and Mean 9 (2013)" চলচ্চিত্ৰৰ বাবে২
তথ্যসূত্ৰ
- ↑ Pornstars reúne a 15 actrices porno. Terra México, ৬ জুন ২০০৮
- ↑ Mixxxtv.com. XBiz Awards 2014 Nominee: Best Scene – All-Girl for Hot and Mean 9 (2013)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এবে ব্ৰুকছ” প্ৰবন্ধৰ সংশোধন ৫৮১৩৭৪ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।