অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেজমিন চৌধুৰী

জেজমিন চৌধুৰী (প্ৰচলিত নামে জেজমিন) হৈছে বাংলাদেশত জন্মগ্ৰহণ কৰা এজনী আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী।ৰ সৈতে কাম কৰে। ২০০৫ চনত তেওঁ Orgy World: The Next Level 7 ছবিৰ বাবে শ্ৰেষ্ঠ গোট যৌন দৃশ্য, ভিডিঅ' শ্ৰেণীত AVN বঁটা লাভ কৰে।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৬ ৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

জেজমিন চৌধুৰী (প্ৰচলিত নামে জেজমিন) হৈছে বাংলাদেশত জন্মগ্ৰহণ কৰা এজনী আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী। ১৯৮৫ চনৰ ১৫ মে'ত চাটগাঁও, বাংলাদেশত জন্ম হোৱা জেজমিন পৰৱৰ্তী সময়ত আমেৰিকাত অভিবাসিত হৈছিল। ১৯ বছৰৰ বয়সত তেওঁ পৰ্নোগ্ৰাফিক অভিনয় জগতত প্ৰৱেশ কৰে। ২০০৪ ৰ পৰা ২০০৮ লৈ, তেওঁ ৯০ খনৰো অধিক চলচ্চিত্ৰত অভিনয় কৰে আৰু Spiegler Girls১ৰ সৈতে কাম কৰে। ২০০৫ চনত তেওঁ Orgy World: The Next Level 7 ছবিৰ বাবে শ্ৰেষ্ঠ গোট যৌন দৃশ্য, ভিডিঅ' শ্ৰেণীত AVN বঁটা লাভ কৰে। Bangladesh Booty নামেৰে বাংলাদেশ কেন্দ্ৰিক প্ৰথম পৰ্নোগ্ৰাফিক চলচ্চিত্ৰত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ২০০৮ চনত তেওঁ বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত এই উদ্যোগৰ পৰা অৱসৰ গ্ৰহণ কৰে।

বাহ্যিক সংযোগসমূহ

তথ্যসূত্ৰ

  1. ↑ Jazmin, Spiegler Girls

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তিআমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেজমিন চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৫৮১৩৬১ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।