অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১১ জুলাই

ঘটনাৱলী

  • ১৯২৫ৱাৰ্নাৰ হাইজেনবাৰ্গৰ ‘‘মেট্ৰিস্ক’’ বলবিজ্ঞানৰ প্ৰথমখন গৱেষণা পত্ৰৰ চূড়ান্ত ৰূপত প্ৰকাশ কৰা হৈছিল।
  • ১৯৩০অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ড'নাল্ড ব্ৰেডমেনে টেষ্ট ক্ৰিকেটত ইংলেণ্ডৰ বিৰুদ্ধে খেলি প্ৰথম দিনাই এককভাৱে ৩০৯ ৰাণ সংগ্ৰহ কৰি বিশ্ব ৰেকৰ্ড কৰে।
  • ১৯৭৩বিশ্ব ডবা চেম্পিয়নশ্বীপ আৰম্ভ হয়।
  • ১৯৭৯আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম মহাকাশ কেন্দ্ৰ "স্কাইলেব" ধ্বংসপ্ৰাপ্ত হৈ ভাৰত মহাসাগৰত পতিত হয়।
  • ২০০৩ঐতিহাসিক দিল্লী-লাহোৰ বাছ সেৱা পুনৰ আৰম্ভ হয়।
  • ২০০৬মুম্বাই মহানগৰীৰ বিভিন্ন ঠাইত সন্ত্ৰাসবাদীয়ে ঘটোৱা বোমা বিস্ফোৰণত ৬০জন লোকৰ মৃত্যু হয় আৰু সহস্ৰাধিক লোক আহত হয়।
  • ২০০৭ভাৰত স্কাউট আৰু গাইডৰ ৰাজ্যিক মুখ্যালয়ৰ মুখ্য আয়ুক্ত ডি এন শইকীয়াক "ছিলভাৰ এলিফেণ্ট" বঁটাৰে সন্মানীত কৰা হয়।
  • ২০১২জ্যোৰ্তিবিজ্ঞানী সকলে প্লুটো গ্ৰহৰ পঞ্চমটো উপগ্ৰহ ষ্টিক্স আৱিষ্কাৰ কৰে।
  • ২০১৩অসমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান শিক্ষা জনপ্ৰিয়কৰণত সহায়ৰ বাবে যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহটি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়।

জন্ম

  • ১২৭৪ৰবাৰ্ট ব্ৰুছ, স্কটলেণ্ডৰ ৰজা।
  • ১৬৫৭ফ্ৰেডৰিক দি গ্ৰেট, প্ৰুছিয়াৰ ৰজা।
  • ১৭৬৭জন কুইঞ্চি আদামছ্, আমেৰিকাৰ ষষ্ঠ ৰাষ্ট্ৰপতি।
  • ১৯১৬আলেকজেণ্ডাৰ মিখাইলোভিছৰ অষ্টেলিয়াৰ প্ৰখোৰভ, প্ৰখ্যাত ৰুছ বিজ্ঞানী। তেওঁ ১৯৬৪ চনত পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল।
  • ১৯২৩টুন টুন বা উমা দেৱী খাত্ৰি, ভাৰতীয় কৌতুক অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী।
  • ১৯৩১বেজান দাৰুৱালা, ভাৰতীয় জ্যোতিষ স্তম্ভলেখক।
  • ১৯৫৩লিঅ'ন স্পিংকছ, আমেৰিকাৰ বক্সিং খেলুৱৈ, কিংবদন্তি বক্সাৰ মহম্মদ আলীক পৰাস্ত কৰিছিল।
  • ১৯৫৬অমিতাভ ঘোষ, ভাৰতীয় ঔপন্যাসিক, প্ৰবন্ধকাৰ‎ তথা শিক্ষাবিদ।
  • ১৯৬৭ঝুম্পা লাহিড়ী, পুলিৎজাৰ বঁটা বিজয়ী প্ৰখ্যাত আমেৰিকান সাহিত্যিক।

মৃত্যু

  • ১৯৭৪পাৰ ফবিয়ান লাগেৰভিষ্ট, ১৯৫১ চনৰ সাহিত্যৰ নোবেল বিজয়ী ছুইডেনৰ সাহিত্যিক।
  • ১৯৮৯লৰেন্স অলিভিয়াৰ, প্ৰখ্যাত ব্ৰিটিছ অভিনেতা।
  • ১৯৯৪ৰাম ৰাঘোবা ৰাণে, পৰম বীৰ চক্ৰ লাভ কৰোতা ভাৰতীয় সেনা বিষয়া।
  • ২০১৫পূৰ্ণিমা সিন্‌হা, ভাৰতীয় পদাৰ্থ বিজ্ঞানী।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ