অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাম ৰাঘোবা ৰাণে

মেজৰ ৰাম ৰাঘোবা ৰাণে, পি.ভি.চি (Rama Raghoba Rane; ২৬ জুন ১৯১৮ – ১১ জুলাই ১৯৯৪) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। তেওঁ কৰম সিঙৰ সৈতে জীৱিত অৱস্থাত পৰম বীৰ চক্ৰ সন্মান লাভ কৰা প্ৰথম ব্যক্তি আছিল।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৩ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মেজৰ ৰাম ৰাঘোবা ৰাণে, পি.ভি.চি (Rama Raghoba Rane; ২৬ জুন ১৯১৮ – ১১ জুলাই ১৯৯৪) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। তেওঁ কৰম সিঙৰ সৈতে জীৱিত অৱস্থাত পৰম বীৰ চক্ৰ সন্মান লাভ কৰা প্ৰথম ব্যক্তি আছিল।

প্ৰাৰম্ভিক জীৱন

ৰাম ৰাঘৱ ৰাণেই ১৯১৮ চনৰ ২৬ জুনত এটা দৰিদ্ৰ পুৰোহিত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।১২ তেওঁলোকৰ পৰিয়াল কৰ্ণাটকৰ চেণ্ডিয়া গাঁৱৰ এটা কোংকনী ভাষী মাৰাঠী ভাষা পৰিয়াল আছিল।৩ ৰাণেৰ প্ৰাথমিক শিক্ষা পিতৃৰ সঘনাই বদলিকৰণ হোৱাৰ বাবে বিশৃংখল হৈ পৰিছিল। ১৯৩০ চনত তেওঁ ব্ৰিটিছ শাসনৰ পৰা ভাৰতৰ স্বাধীনতাৰ বাবে চলোৱা অসহযোগ আন্দোলনৰ দ্বাৰা প্ৰভাৱিত হয়। আন্দোলনৰ সৈতে তেওঁৰ জড়িত হোৱাই তেওঁৰ পিতৃক আতংকিত কৰি তুলিছিল আৰু তেখেতে পৰিয়ালটোক চেণ্ডিয়াত থকা পূৰ্বপুৰুষৰ গাঁওখনলৈ ঘূৰাই লৈ গৈছিল।৪

উত্তৰসূৰী

২০০৬ চনৰ ৭ নৱেম্বৰত কৰ্ণাটকৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিচ্চত আই.এন.এছ চাপাল ৱাৰশ্বিপ মিউজিয়ামৰ কাষতেই ৰানেৰ স্মৃতিত এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছিল। ইয়াক উদ্বোধন কৰিছিল ক্ষুদ্ৰ উদ্যোগৰ প্ৰাক্তন মন্ত্ৰী শিবানন্দ নাইক আৰু সভাপতিত্ব কৰিছিল তেতিয়াৰ ফ্লেগ অফিচাৰ কমাণ্ডাৰ-ইন-চিফ, ৱেষ্টাৰ্ণ কমাণ্ড, ভাইচ এডমিৰেল সংগ্ৰাম সিং বাইচে।৫

তথ্যসূত্ৰ

  1. ↑ Chakravorty 1995, পৃ. 67–68
  2. ↑ Param Vir Chakra winners since 1950 – Times of India. Times of India
  3. ↑ Rachna Bisht Rawat. (18 June 2019). Guns, Guts and Glory: Stories from the battlefield. Penguin Random House India Private Limited. ISBN 9789353054496
  4. ↑ Cardozo 2003, পৃ. 57
  5. ↑ Warship museum opens on Monday. Times of India

সম্পৰ্কিত শ্ৰেণী

পৰম বীৰ চক্ৰ প্ৰাপক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাম ৰাঘোবা ৰাণে” প্ৰবন্ধৰ সংশোধন ৩৭৮৪৯৫ (১৭ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।