অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৪ জুন

ঘটনাৱলী

  • ১৯২৬পৃথিৱীৰ বৃহত্তম দ্ৰুত ব্ৰিডাৰ নিউক্লিয় ৰিয়েক্টৰ ছুপাৰহেমিক্স কাৰ্যক্ষম কৰা হৈছিল ১৯২৬ বৰ্ষৰ আজিৰ দিনটোতে।
  • ১৯৭৫ৰুছদেশৰ মহাকাশযান ভেনেৰা—১০ উৎক্ষেপন কৰা হৈছিল ১৯৭৫ চনৰ আজিৰ দিনটোতে।
  • ১৯৯১চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ ঐতিহাসিক চহৰ লেলিনগ্ৰেডৰ নাম সলনি কৰি নতুন নাম ছেণ্ট পিটাৰ্ছৰ্বাগ দিয়া হয়।
  • ১৯৯৯থাবো মবেকি দক্ষিণ আফ্ৰিকাৰ নতুন ৰাষ্ট্ৰপতি হয় ১৯৯৯ চনৰ আজিৰ দিনটোতে।
  • ২০০২হামিদ কাৰজা আফগানিস্তানৰ ৰাষ্ট্ৰপতি হয় ২০০২ চনৰ আজিৰ দিনটোতে।
  • ২০০২ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰূপে বাওঁ মৰ্চাৰ লক্ষ্মী ছেহগালৰ নাম প্ৰস্তাৱিত হয় ২০০২ চনৰ আজিৰ দিনটোতে।
  • ২০০৩ফুটবল জগতৰ তাৰকা ডেভিদ বেকহামক ইংলেণ্ডৰ ৰাণীৰ অৰ্ডাৰ অব ব্ৰিটিছ এম্পায়াৰ সন্মান প্ৰদান কৰে ২০০৩ চনৰ আজিৰ দিনটোতে।
  • ২০০৪চনত প্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থায়ে ৰক্তদানৰ মহত্ত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰু স্বেচ্ছাসেৱক ৰক্তদাতাসমূহক জীৱনদায়িনী তেজৰ দানৰ বাবে ধন্যবাদসূচক আচৰণৰ বাবে বিশ্ব ৰক্তদাতা দিৱস উদযাপন কৰিছিল।
  • ২০১৩চিম্পল গগৈৰ পৰিচালনাৰে, জিতুমণি টেৰণৰ প্ৰযোজনাৰে তুমি যদি কোৱা নামৰ কথাছবিখন মুক্তি পাইছিল ২০১৩ বৰ্ষৰ আজিৰ দিনটোতে।

জন্ম

  • ১৯০৯ই এম এছ নাম্বুডিৰিপদ, তেখেতে ১৯৬৭ চনত কেৰালাত প্ৰথমখন কমিউনিষ্ট চৰকাৰ গঠন কৰিছিল। তেখেতৰ জন্ম হৈছিল কেৰালাৰ পালঘাটত।
  • ১৯২৯চে গোৱেৰা, আৰ্জেণ্টেনীয় মাৰ্ক্সবাদী বিপ্লৱী।
  • ১৯৫২কিৰণ খেৰ, ভাৰতীয় ৰাজনৈতিক নেতা।
  • ১৯৫৯পীতাম্বৰ দেৱ গোস্বামী, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ। জন্ম স্থান - ডিব্ৰুগড় জিলাৰ দুলীয়াজনৰ সমীপৰ বিজয় মাহামৰা সত্ৰ।

মৃত্যু

  • ১৯৪৬জন ল'গি বেয়াৰ্ড, টেলিভিছন আৱিষ্কাৰক।
  • ১৯৫৭মোজাম্মিল হক, অসমৰ মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ।
  • ১৯৬৮ছালভাটোৰ কোৱাছিমডোৰ, ইটালীৰ প্ৰখ্যাত কবি, সমালোচক নোবেল বিজয়ী। তেওঁক ইটালীৰ কাব্য-সাহিত্যৰ মুকুট বিহীন সম্ৰাট ৰূপে অভিহত কৰা হয়।
  • ১৯৮৮ইভা আচাও, অসমীয়া অভিনেত্ৰী। (জন্ম: ১০ এপ্ৰিল, ১৯৪০)
  • ২০০৬সুৰিন্দৰ কৌৰ, ভাৰতীয় কণ্ঠশিল্পী তথা গীতিকাৰ।
  • ২০১১সুপ্ৰভা দেৱী, অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা আৰু প্ৰযোজিকা। তাই ‘নয়নমণি’ নামৰ কথাছবিখন পৰিচালনা কৰিছিল। (জন্ম: ২৪ ডিচেম্বৰ, ১৯৩৭)
  • ২০২০সুশান্ত সিং ৰাজপুত, ভাৰতীয় অভিনেতা।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ