অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৩ জুন

ঘটনাৱলী

  • ১২৯০জালালুদ্দিন খলিজিয়ে দিল্লী দখল কৰিছিল আৰু ইয়াৰ ফলত দাস বংশৰ ৰাজত্বৰ সূচনা হৈছিল।
  • ১৭৫৭ৰবাৰ্ট ক্লাইভে চিৰাজউদ্দৌলাৰ বিৰুদ্ধে মুৰ্চিদাবাদ অভিমুখে যুদ্ধ অভিযান আৰম্ভ কৰিছিল।
  • ১৯০০চীনত বক্সাৰ বিদ্ৰোহ আৰম্ভ হৈছিল।
  • ১৯৮৩আমেৰিকাৰ মহাকাশযান ‘‘পায়’নিয়াৰ—১০’’এ সৌৰ জগত পাৰ হৈ অচিন জীৱৰ সন্ধানত বৰ্হিবিশ্বলৈ যাত্ৰা কৰিছিল।

জন্ম

মৃত্যু

  • ১৯৮৩ফণীন্দ্ৰ চন্দ্ৰ দত্ত, ভাৰতীয় ৰসায়ন বিজ্ঞানী।
  • ২০১২মেহদী হাছান, পাকিস্তানৰ গজল গায়ক।
  • ২০২১নিৰ্মল চাইনী, ভাৰতীয় ভলীবল খেলুৱৈ তথা ভাৰতৰ মহিলা ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ