অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২১ মে’

ঘটনাৱলী

  • ১৫০২জোৱাঅ' ডা নোভাই চেইণ্ট হেলেনা দ্বীপ আৱিষ্কাৰ কৰে।

জন্ম

মৃত্যু

  • ১৯৪০অমৰ সিং, ভাৰতীয় টে'ষ্ট ক্ৰিকেটাৰ।
  • ১৯৭৯জানকী দেৱী বাজাজ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
  • ১৯৯১ৰাজীৱ গান্ধী, ভাৰতৰ ষষ্ঠ গৰাকী প্ৰধানমন্ত্ৰী।
  • ২০১৫প্ৰসেন বৰা, অসমৰ প্ৰসিদ্ধ ঢুলীয়া।
  • ২০২১সুন্দৰলাল বহুগুণা, ভাৰতীয় পৰিৱেশবিদ তথা চিপকো আন্দোলনৰ অন্যতম প্ৰৱৰ্তক।
  • ২০২৪তিলমিজুৰ ৰহমান অসমীয়া চলচ্চিত্ৰ প্ৰযোজক, অভিনেতা। অসমীয়া চলচ্চিত্ৰ ৰঙা পুলিচ, ললিতা, চামেলী মেমচাবত অভিনয়। জন্ম ১৯২৯ চনৰ ৫ এপ্ৰিল যোৰহাটত।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ