ইতিহাসৰ আজিৰ দিনত
২২ মে’
জন্ম
- ১৭৭২ৰাজা ৰামমোহন ৰায়, ভাৰতীয় দাৰ্শনিক, সমাজ সংস্কাৰক (মৃত্যু: ১৮৩৩ চন)
- ১৮৫৯আৰ্থৰ ক'নান ডয়েল, স্কটিচ সাহিত্যিক, চাৰ্লক হোমচ চৰিত্ৰটোৰ বাবে বিখ্যাত।
- ১৯২০থমাছ গল্ড, অষ্ট্ৰেলিয়ান-আমেৰিকান বিজ্ঞানী (মৃত্যু ২০০৪ চন)
- ১৯৪০ইৰাপল্লী প্ৰসন্ন, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৬১সুমেইৰা আব্দুলআলি, ভাৰতীয় পৰিৱেশবিদ।
- ১৯৮৭নোভাক জʼকোভিচ, ছাৰ্বিয়ান টেনিছ খেলুৱৈ।
- ১৯৯৮চিন্ময় কলিতা, সম্পাদক, আস্থা আলোচনী।
মৃত্যু
- ১৫৪৫শ্বেৰ ছাহ ছুৰী, ভাৰতীয় শাসক। (জন্ম: ১৪৮৬ চন)
- ১৮৮৫ভিক্টৰ হুগো, ফৰাচী সাহিত্যিক, ৰাজনীতিবিদ আৰু মানৱ আধিকাৰ কৰ্মী। (জন্মঃ ১৮০২)
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ