ইতিহাসৰ আজিৰ দিনত
৫ এপ্ৰিল
জন্ম
- ১৯০১সৰলা বেন, ব্ৰিটিছ গান্ধীবাদী সমাজকৰ্মী।
- ১৯০৪ৰিচাৰ্ড এবাৰহাৰ্ট, আমেৰিকান কবি।
- ১৯০৮জগজীৱন ৰাম, ভাৰতীয় ৰাজনীতিক, ভাৰতত ৪ৰ্থ উপ-প্ৰধান মন্ত্ৰী।
- ১৯২৩এম. সাৰদা মেনন, ভাৰতীয় মনোৰোগ বিশেষজ্ঞ।
- ১৯৫৩ভূপেন উজীৰ, অসমৰ সংগীতজ্ঞ।
- ১৯৭৪ডিকি ডলমা, মাউণ্ট এভাৰেষ্টৰ শীৰ্ষবিন্দু আৰোহণ কৰা সবাতোকৈ কম বয়সৰ ভাৰতীয় নাৰী।
- ১৯৯২অতনু দাস, ভাৰতীয় ধনুৰ্বিদ।
- ১৯৯৬ৰশ্মিকা মন্দান্না, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৯২২পণ্ডিতা ৰমাবাঈ, ভাৰতীয় নাৰী অধিকাৰ আৰু শিক্ষা কৰ্মী।
- ১৯৯৩দিব্যা ভাৰতী, ভাৰতীয় অভিনেত্ৰী।
- ২০০৫চল বেলো, ন'বেল বঁটা প্ৰাপ্ত আমেৰিকান ঔপন্যাসিক।
- ২০০৭লীলা মজুমদাৰ, ভাৰতীয় বাঙালী লেখিকা।
- ২০২১হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য, অসমীয়া সাহিত্যিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ