ইতিহাসৰ আজিৰ দিনত
৪ এপ্ৰিল
জন্ম
- ১৮৮৯মাখনলাল চতুৰ্বেদী, ভাৰতীয় কবি, সাহিত্যিক, প্ৰবন্ধকাৰ, নাট্যকাৰ আৰু সাংবাদিক। (মৃত্যু: ১৯৬৮)
- ১৯০৮বেগম ঐজাজ ৰচুল, ভাৰতীয় ৰাজনীতিবিদ, লেখক তথা সমাজকৰ্মী।
- ১৯২৮মায়া এঞ্জেলো, আমেৰিকান কবি, আত্মজীৱনীকাৰ।
- ১৯৩৩সনজীদা খাতুন, বাংলাদেশী সংগীত শিল্পী।
- ১৯৪৯পাৰৱীন বাবী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬৯পল্লৱী যোশী, ভাৰতীয় অভিনয় শিল্পী।
- ১৯৮৯ষ্টিভেন ফিন, ইংৰাজ ক্ৰিকেটাৰ।
মৃত্যু
- ১৯৬৮মাৰ্টিন লুথাৰ কিং, কনিষ্ঠ, আমেৰিকান পাদ্ৰী। আমেৰিকান কৃষ্ণাঙ্গ নেতা মাৰ্টিন লুথাৰ কিং আততায়ীৰ হাতত নিহত হয়।
- ১৯৯৫হংসা জীৱৰাজ মেহতা, ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক।
- ২০২১শশীকলা চাইগল, ভাৰতীয় অভিনেত্ৰী।
- ২০২৫মনোজ কুমাৰ, ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, লেখক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ