ইতিহাসৰ আজিৰ দিনত
৬ এপ্ৰিল
জন্ম
- ১৯২৮জেমছ ৱাটছন, ন'বেল বঁটা প্ৰাপ্ত আমেৰিকান জীৱবিজ্ঞানী।
- ১৯৩১সুচিত্ৰা সেন, ভাৰত তথা পশ্চিমবঙ্গৰ অন্যতম বিখ্যাত অভিনেত্ৰী।
- ১৯৪৯হৰ্ষ্ট লাডৱিগ ষ্টৰমাৰ, ন'বেল বঁটা প্ৰাপ্ত জাৰ্মান চিকিৎসক।
- ১৯৫৬দিলীপ ভেংগাস্কাৰ, ভাৰতীয় ক্ৰিকেটাৰ আৰু প্ৰশিক্ষক।
- ১৯৬৪ডেভিড উদাৰ্ড, আমেৰিকান লেখক।
- ১৯৭১সঞ্জয় সুৰি, ভাৰতীয় অভিনেতা।
- ১৯৯৫প্ৰণতি নায়ক, ভাৰতীয় জিমনাষ্ট।
মৃত্যু
- ১৫২৮এলব্ৰেখট ড্যুৰাৰ, জাৰ্মান চিত্ৰশিল্পী তথা গণিতজ্ঞ।
- ১৮২৯নীলছ্ হেনৰিক্ আবেল, ন'ৰৱেৰ গণিতজ্ঞ।
- ১৯৬১জুলেছ বৰডেট, ন'বেল বঁটা প্ৰাপ্ত বেলজিয়ামৰ অনুজীৱবিদ।
- ২০১২প্ৰমোদ গগৈ, অসমৰ ৰাজনীতিক।
- ২০২১ফাটিমা জাকাৰীয়া, ভাৰতীয় সাংবাদিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ