অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৯ এপ্ৰিল

জন্ম

  • ১৮৪৮ৰাজা ৰবি বৰ্মা, বিখ্যাত ভাৰতীয় চিত্ৰশিল্পী আছিল। (মৃত্যু: ২ অক্টোবৰ, ১৯০৬)
  • ১৯২৪অৰুন্ধতী দেৱী, ভাৰতীয় অভিনেত্ৰী, পৰিচালক, লেখিকা আৰু কণ্ঠশিল্পী।
  • ১৯৩৬জুবিন মেহতা, প্ৰাচ্য আৰু প্ৰাশ্চাত্যৰ শাস্ত্ৰীয় সঙ্গীতৰ ভাৰতীয় পৰিচালক।
  • ১৯৬৫জ্যোতিৰেখা হাজৰিকা, অসমীয়া সাহিত্যিক।
  • ১৯৭০আন্দ্ৰে আগাছী, আমেৰিকান টেনিছ খেলুৱৈ।

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ