ইতিহাসৰ আজিৰ দিনত
১৬ এপ্ৰিল
ঘটনাৱলী
- ১৮৫৩ভাৰতৰ বোম্বাইত প্ৰথম যাত্ৰীবাহি ৰেল চলাচল আৰম্ভ হয়।
- ১৯১৭পেট্ৰ’গ্ৰাডত ৰাছিয়াৰ সৈন্যৰ বিদ্ৰোহ।
- ১৯১৯জালিয়ানৱালা বাগ হত্যাকাণ্ডত মৃত্যু হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জনাই গান্ধীজীয়ে উপবাস ঘোষণা কৰে।
- ১৯২২ইটালীত জাৰ্মানী আৰু ৰাছিয়াৰ মাজত ৰাপালো সন্ধি হয়।
- ১৯৪৫ছোভিয়েট ছাবমেৰিনে জাৰ্মান শৰণাৰ্থী জাহাজ ডুবাই ৭০০০ লোকৰ মৃত্যু ঘটায়।
- ১৯৪৫দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকান বাহিনীয়ে জাৰ্মানীৰ নুৰেমবাৰ্গ অঞ্চলত প্ৰৱেশ কৰে।
- ১৯৭০ইউৰোপৰ দেশ ফ্ৰান্সত বৰফৰ ধুমুহাত ৭০ জন লোকৰ মৃত্যু হয়।
- ১৯৯২আফগান ৰাষ্ট্ৰপতি নাজিবুল্লাই পদত্যাগ কৰে।
- ১৯৯৯আলজেৰিয়াৰ নতুন ৰাষ্ট্ৰপতি হিচাপে আদভালাজিজ বটেফ্লিকা নিযুক্তি দিয়া হয়।
- ২০০২দক্ষিণ কোৰিয়াত বিমান দুৰ্ঘটনাত ১২০ জন যাত্ৰীৰ মৃত্যু হয়।
- ২০০৪ভাৰতে ৰাৱালপিণ্ডি টেষ্টত জয়লাভ কৰি শৃংখলাত পাকিস্তানক ২-১ ত পৰাস্ত কৰে।
- ২০০৮লণ্ডনত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়।
- ২০১৩ইৰাণত সংঘটিত ভূমিকম্পৰ ফলত ৩৭ জন লোকৰ মৃত্যু হয়।
জন্ম
- ১৮৪৪আনাটোল ফ্ৰাঁ, ফ্ৰান্সৰ কবি, ঔপন্যাসিক,নোবেল বঁটা বিজয়ী আৰু সাংবাদিক।
- ১৮৬৭উইলবাৰ ৰাইট, উৰাজাহাজৰ আৱিষ্কাৰক।
- ১৮৮৯চাৰ্লি চেপলিন, ইংৰাজী ভাষা চলচ্চিত্ৰ অভিনেতা।
- ১৯২২কিংছলি এমিছ, ইংৰাজী ঔপন্যাসিক, নোবেল বঁটা বিজয়ী।
- ১৯২৪ইঞ্জি আফ্লাটুন, ইজিপ্তৰ এগৰাকী চিত্ৰশিল্পী আৰু মহিলা আন্দোলনৰ কৰ্মী।
- ১৯২৭পোপ ষোড়শ বেনেডিক্ট।
- ১৯৩৪ৰাম নাইক, এজন ভাৰতীয় ৰাজনীতিবিদ। উত্তৰ প্ৰদেশৰ ১৯ তম ৰাজ্যপাল।
- ১৯৩৮তাৰক চন্দ্ৰ গোস্বামী, অসমীয়া সাহিত্যিক।
- ১৯৪৮জগমোহন কৌৰ, ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৭৩আলিয়াউনে দমালা বাদাৰা আকন থিয়াম (আকন), চেনেগালেছ-আমেৰিকান গায়ক, গীতিকাৰ, ৰেকৰ্ড প্ৰযোজক আৰু উদ্যোগী।
- ১৯৭৮লাৰা দত্ত, ভাৰতীয় মডেল আৰু চলচ্চিত্ৰ অভিনেত্ৰী তথা ২০০০ চনৰ মিছ ইউনিভাৰ্চ।
মৃত্যু
- ১৮২৮ফ্ৰান্সিছক' গয়া, স্পেইনৰ চিত্ৰশিল্পী।
- ১৯৫১অদ্বৈত মল্লবৰ্মন, এগৰাকী বিখ্যাত বাংলা সাহিত্যিক।
- ১৯৬১ৰণধীৰ সিং, এজন বিখ্যাত শিখ নেতা আৰু বিপ্লৱী। তেওঁ অস্পৃশ্যতাৰ বিৰোধী আৰু নাৰী অধিকাৰৰ সমৰ্থক আছিল।
- ১৯৬৬নন্দলাল বসু, ভাৰতৰ এজন বিখ্যাত চিত্ৰশিল্পী। নন্দলাল বসুৱে সংবিধানৰ মূল প্ৰতিলিপি অলংৰকণ কৰিছিল। তেওঁৰ বিখ্যাত চিত্ৰাঙ্কনৰ ভিতৰত ‘ডাণ্ডী মাৰ্চ’, ‘সন্তালী কন্যা’, ‘সতী’ৰ শৰীৰ বলিদান’ ইত্যাদি। তেওঁ আছিল অবনীন্দ্ৰনাথ ঠাকুৰৰ বিশিষ্ট শিষ্য।
- ১৯৯৮বদন বৰুৱা, অসমীয়া সাংবাদিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ