অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৩ মাৰ্চ

জন্ম

মৃত্যু

  • ১৯৩১ভগৎ সিং, (জ.১৯০৭), সুখদেব থাপৰ (জ.১৯০৮) আৰু শিৱৰাম ৰাজগুৰু (জ.১৯০৮) - ভাৰতৰ স্বাধীনতা সংগ্ৰামী। এই তিনিজনক ব্ৰিটিছ চৰকাৰে ফাঁচী দিয়ে। এই দিনটো ভাৰতত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়।
  • ১৯৯৫শক্তি চট্টোপাধ্যায়, বাঙালি কবি আৰু লিখক। (জন্ম: ২৫ নৱেম্বৰ,১৯৩৩)

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ