ইতিহাসৰ আজিৰ দিনত
২৪ মাৰ্চ
জন্ম
- ১৯১৯লৰেঞ্চ ফেৰলিংঘেট্টি, আমেৰিকান কবি, সম্পাদক, আৰু প্ৰকাশক।
- ১৯৩৮অৰ্ধেন্দু কুমাৰ দে, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৫২ৰেইনহাৰ্ড গেনজেল, জাৰ্মান জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী।
- ১৯৮৭ছাকিব আল হাছান, বাংলাদেশ জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক।
মৃত্যু
- ১৬০৩প্ৰথম এলিজাবেথ, ইংলেণ্ডৰ ৰাণী।
- ১৯০৫জুল ভাৰ্ন, ফৰাচী ঔপন্যাসিক, কবি আৰু নাট্যকাৰ। (জন্ম: ৮ ফেব্ৰুৱাৰী, ১৮২৮)
- ১৯৯১কৃষ্ণানন্দ ব্ৰহ্মচাৰী, অসমৰ সমাজসেৱক, সমাজ সংস্কাৰক, ধৰ্মগুৰু, আৰু স্বাধীনতা সংগ্ৰামী। (জন্ম: ৬ ডিচেম্বৰ, ১৮৯৬)
- ১৯৯৬বিজয় শংকৰ, অসমীয়া চলচ্চিত্ৰৰ অভিনেতা।
- ২০১৪মধুৰাম বড়ো, অসমীয়া সাহিত্যিক, সম্পাদক তথা শিক্ষাবিদ৷ (জন্ম: ১ নৱেম্বৰ, ১৯৩৮)
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ