ইতিহাসৰ আজিৰ দিনত
২২ মাৰ্চ
জন্ম
- ১৭১২এডৱাৰ্ড মোৰে, ইংৰাজ কবি।
- ১৮৬৮ৰবাৰ্ট মিলিকান, আমেৰিকান পদাৰ্থবিজ্ঞানী।
- ১৯৩১বাৰ্টন ৰিখটাৰ, নোবেল বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী।
- ১৯৪৯গুণাৰাম খনিকৰ, অসমীয়া বনৌষধি বিশেষজ্ঞ। (মৃত্যু: ৭ জানুৱাৰী, ২০১৬)
- ১৯৬০ৰাগিনী ত্ৰিবেদী, ভাৰতৰ ধ্ৰুপদী সংগীতশিল্পী।
মৃত্যু
- ১৮৯২বিষ্ণুপ্ৰিয়া দেৱী, অসমীয়া কবি।
- ১৯৭৭এ. কে. গোপালন, ভাৰতীয় ৰাজনীতিক।
- ২০১৬ৰিটা গাম, আমেৰিকান অভিনেত্ৰী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ