ইতিহাসৰ আজিৰ দিনত
১ মাৰ্চ
ঘটনাৱলী
- ১৪৯৮ভাস্কো দা গামাই মোজাম্বিক আবিষ্কাৰ কৰে।
- ১৮১১মামলুকক পৰাস্ত কৰি মোহাম্মাদ আলীৰ মিছৰৰ ক্ষমতাৰোহন।
- ১৮১৫এলবা দ্বীপৰ পৰা পলায়নৰ পিছত নেপোলিয়ন বোনাপাৰ্টৰ ১০০ দিনৰ শাসনকাল আৰম্ভ হয়।
- ১৮১৯শ্ৰীৰামপুৰত ৱিলিয়াম কেৰি, জুছোৱা মাৰ্ছমেন আৰু ৱিলিয়াম ইয়াৰ্ডে “বেংক অফ শ্ৰীৰামপুৰ” প্ৰতিষ্ঠা কৰে।
- ১৮৪৮ভাৰতত ভূমিকম্পত ১ হাজাৰ জনৰ প্ৰাণহানি।
- ১৯০১অষ্ট্ৰেলিয়ান সেনাবাহিনী গঠিত হয়।
- ১৯০৭ভাৰতত সৰ্বপ্ৰথম তীখাৰ কাৰখানা প্ৰতিষ্ঠিত হয়।
- ১৯১২এলবাৰ্ট বেৰী প্ৰথম বিমানৰ পৰা পেৰাছুটৰ সহায়ত নামে।
- ১৯১৪চীনে আন্তৰ্জাতিক পোষ্টেল ইউনিয়নত যোগদান কৰে।
- ১৯১৯কোৰিয়াৰ জাতীয় মুক্তি আন্দোলনৰ সূত্ৰপাত।
- ১৯৪৯ৰাছিয়ান বিমান দুৰ্ঘটনাত ৩৮৫জন নিহত।
- ১৯৭১স্বাধীন বাংলা ছাত্ৰ সংগ্ৰাম পৰিষদ গঠিত হয়।
- ১৯৭১ইয়াহিয়া খান কৰ্তৃক পাকিস্তান জাতীয় পৰিষদৰ অধিবেশন অনিৰ্দিষ্ঠকাললৈ স্থগিত ঘোষণা।
- ১৯৮৫বাংলাদেশৰ জেনেৰেল এৰছাদৰ ৰাজনৈতিক তৎপৰতা নিষিদ্ধ ঘোষণা।
- ১৯৯০লিথুনিয়াই ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৯৯৭বাংলাদেশত প্ৰথম টেলিফোন বেংকিং সেৱা আৰম্ভ হয়।
জন্ম
- ১৬১১জন পেল, ইংৰাজ বীজগণিতবিদ, জ্যামিতিজ্ঞ আৰু জোতিৰ্বিদ।
- ১৮৬১অক্ষয়কুমাৰ মৈত্ৰেয়, বঙালী ভাষা ইতিহাসবিদ।
- ১৮৭৪মৃণালিনী দেৱী, ন'বেল বঁটা বিজয়ী ভাৰতীয় সাহিত্যিক।
- ১৮৯২ৰিয়ুনোচুকি অকুতাগাৱা, জাপানৰ বিশিষ্ট সাহিত্যিক আৰু চুটি গল্পৰ জনক।
- ১৮৯৩কামেশ্বৰ দাস, অসমীয়া গণিতজ্ঞ।
- ১৯৩১লামবেৰ্তো দিনি, ইটালীৰ ৰাজনীতিবিদ আৰু প্ৰধানমন্ত্ৰী।
- ১৯৩১ভূপতি চন্দ্ৰ ডেকা, অসমীয়া গণিতজ্ঞ।
- ১৯৩৮ৰামেশ্বৰ পাঠক, অসমীয়া লোকগীত শিল্পী।
- ১৯৫৩অমিতাভ ৰায়, ভাৰতীয় ন্যায়ধীশ।
- ১৯৫৬ডালিয়া গ্ৰাইবস্কেইট, লিথুয়ানিয়াৰ প্ৰখ্যাত ৰাজনীতিবিদ আৰু ৰাষ্ট্ৰপতি।
- ১৯৫৮হেমচন্দ্ৰ গোস্বামী, অসমীয়া শিক্ষক, মুখাশিল্পী আৰু ভাস্কৰ্যশিল্পী
- ১৯৬৮কুঞ্জৰাণী দেৱী, ভাৰতীয় ভাৰোত্তোলক।
- ১৯৭৫প্ৰমোদ বড়ো, ভাৰতীয় ৰাজনৈতিক নেতা।
- ১৯৭৬অখিল গগৈ, অসমীয়া কৃষক নেতা।
- ১৯৮২লাইশ্ৰাম চৰিতা দেৱী, ভাৰতীয় বক্সাৰ।
- ১৯৯২শাৰদ কুমাৰ, ভাৰতীয় পেৰা হাই জাম্পাৰ।
মৃত্যু
- ১৯১১য়াকুবছ হেনৰিকুছ ফাণ্ট হফ, ডাচ জৈৱ ৰসায়নবিদ, ৰসায়নত প্ৰথম ন'বেল পুৰস্কাৰ বিজয়ী।
- ১৯২৪গোপীনাথ সাহা, ব্ৰিটিশ বিৰোধী স্বাধীনতা আন্দোলন, বাংলা বিপ্লৱী তথা ছহীদ।
- ১৯৪৩আলেকজেণ্ডাৰ ইৰছিন, ফ্ৰান্স-ছুইছ চিকিৎসক।
- ১৯৮৯বসন্তদাদা পাটিল, মহাৰাষ্ট্ৰৰ ষষ্ঠ মুখ্যমন্ত্ৰী তথা দশম গভৰ্ণৰ।
- ১৯৯৫জৰ্জেছ জে. এফ. কোহলাৰ, জাৰ্মান জীৱবিজ্ঞানী, চিকিত্সাবিজ্ঞানত ন'বেল পুৰস্কাৰ বিজয়ী।
- ২০২০হেমেন্দ্ৰ কুমাৰ গগৈ, অসমীয়া অধ্যাপক, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক, সমালোচক আৰু নাট্যকাৰ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ