ইতিহাসৰ আজিৰ দিনত
২ মাৰ্চ
ঘটনাৱলী
- ১৯৯১শ্ৰীলংকাত হোৱা বোমা বিস্ফোৰণত উপ-প্ৰতিৰক্ষামন্ত্ৰী বিজয়সহ ২৯জন নিহত।
জন্ম
- ১৯২৩ৰিচাৰ্ড উইলিয়াম টিম, আমেৰিকান জীৱবিজ্ঞানী, খ্ৰীষ্টান যাজক, শিক্ষাবিদ, গৱেষক আৰু সমাজকৰ্মী।
- ১৯৩০জন কলম, আমেৰিকান অভিনেতা।
- ১৯৮৬জয়ন্ত তালুকদাৰ, অসমীয়া ধনুৰ্বিদ।
- ১৯৯০টাইগাৰ শ্ৰফ, ভাৰতীয় অভিনেতা।
মৃত্যু
- ১৯৪৯সৰোজিনী নাইডু, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯৯৪অনিতা মৰিছ, আমেৰিকান অভিনেত্ৰী।
- ২০১৩শৱনম শাকিল, পাকিস্তানী কবি।
- ২০২১প্ৰভাত শৰ্মা, ভাৰতীয় সংগীতজ্ঞ, বাঁহী বাদক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ