অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৯ ফেব্ৰুৱাৰী

ঘটনাৱলী

  • ১৯২০হাঙ্গেৰীত পুনৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৫৬পাকিস্তানৰ সংবিধান গৃহীত হয়। দেশখনক ইছলামিক গণতন্ত্ৰৰূপে ঘোষণা কৰা হয় আজিৰ দিনটোতে।

জন্ম

  • ১৮৯২আগষ্টা ছেভেজ, আমেৰিকাল ভাস্ক্যৰ্য শিল্পী।
  • ১৮৯৬মোৰাৰজী দেশাই, ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী।
  • ১৯০৪ৰুক্মিণী দেৱী অৰুণ্ডেল, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য নিৰ্দেশক।
  • ১৯৮৪ডাৰেন এমব্ৰ’ছ, ইংৰাজ ফুটবলাৰ।
  • ১৯৮৮মুনমী ফুকন, অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী।

মৃত্যু

  • ১৯৬৪ফ্ৰেংক এলবাৰ্টছন, আমেৰিকান অভিনেতা।
  • ২০০৮ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ, অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ।
  • ২০১২পি. কে. নাৰায়ণ পানিকৰ, ভাৰতীয় সমাজকৰ্মী।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ