ইতিহাসৰ আজিৰ দিনত
২৪ ফেব্ৰুৱাৰী
ঘটনাৱলী
- ১৮২৬ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল।
জন্ম
- ১৩০৪ইবন বটুতা, চুন্নী মুছলিম পৰ্যটক, চিন্তাবিদ আৰু ধৰ্মতাত্ত্বিক।
- ১৯২৭কামিনী কৌশল, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক।
- ১৯৪৮জয়ললিতা, ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিজ্ঞ।
- ১৯৫৫ষ্টীভ জব্ছ, আমেৰিকান কম্পিউটাৰ ব্যৱসায়ী আৰু আৱিষ্কাৰক।
- ১৯৬১পৰাগ কুমাৰ দাস, অসমীয়া সাংবাদিক, মানৱ অধিকাৰ কৰ্মী।
- ১৯৭২পূজা ভাট, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেত্ৰী, ভয়ছ অভাৰ শিল্পী, মডেল আৰু ছবি-নিৰ্মাতা।
- ১৯৭৬য়ুভাল নোৱা হাৰাৰি, ইজৰাইলী ইতিহাসবিদ আৰু লেখক।
- ১৯৭৬তৰুণ শইকীয়া, মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰা প্ৰথম অসমীয়া।
মৃত্যু
- ১৯৮৬ৰুক্মিণী দেৱী অৰুণ্ডেল, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য নিৰ্দেশক।
- ১৯৯৮ললিতা পাৱাৰ, ভাৰতীয় অভিনেত্ৰী।
- ২০০১ক্লড শ্বেনন, আমেৰিকান গণিতজ্ঞ, অভিযন্তা আৰু সংকেতলিপিকাৰ।
- ২০১৮শ্ৰীদেৱী, ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ প্ৰযোজক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ