ইতিহাসৰ আজিৰ দিনত
২৩ ফেব্ৰুৱাৰী
জন্ম
- ১৯১১তীৰ্থনাথ শৰ্মা, অসমীয়া শিক্ষাবিদ আৰু সাহিত্যিক।
- ১৯৫৭মামাং দাই, ভাৰতীয় কবি, ঔপন্যাসিক তথা সাংবাদিক।
- ১৯৫৮নাজনীন, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬০নাৰুহিট', জাপানৰ সম্ৰাট।
- ১৯৬৬ডিডিয়াৰ কুয়েলজ, ছুইছ জ্যোতিৰ্বিজ্ঞানী।
- ১৯৬৭অনুপমা চোপ্ৰা, ভাৰতীয় ছবি সমালোচক, লেখক আৰু সাংবাদিক।
- ১৯৬৯ভাগ্যশ্ৰী পটৱৰ্ধন, ভাৰতীয় অভিনেত্ৰী আৰু সমাজকৰ্মী।
- ১৯৮২কৰন সিং গ্ৰোভাৰ, ভাৰতীয় টেলিভিছনৰ অভিনেতা আৰু মডেল।
- ১৯৯৪তৃপ্তি ডিমৰি, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৮২১জন কীটছ, ইংৰাজ কবি।
- ১৮৫৫কাৰ্ল ফ্ৰিডৰিখ গাউছ, জাৰ্মান গণিতজ্ঞ আৰু পদাৰ্থ-বিজ্ঞানী।
- ১৯৫২কীৰ্ত্তিনাথ শৰ্মা বৰদলৈ, অসমীয়া সংগীতজ্ঞ।
- ১৯৬৯মধুবালা, ভাৰতীয় অভিনেত্ৰী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ