ইতিহাসৰ আজিৰ দিনত
২৫ ফেব্ৰুৱাৰী
জন্ম
- ১৯৫৯ৰেণী বৰ্গিজ, ভাৰতীয় জীৱবিজ্ঞানী।
- ১৯৭২নোমল মমিন, অসমীয়া বিধায়ক তথা চিকিৎসক।
- ১৯৭৪দিব্যা ভাৰতী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৯১হৰবিন্দৰ সিং, ভাৰতীয় পেৰা ধনুৰ্বিদ।
- ১৯৯২পোখৰাম্বাম সুশীলা চানু, ভাৰতীয় হকী খেলুৱৈ।
- ১৯৯২ছানয়া মালহোত্ৰা, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
- ১৯৯৪উৰ্বশী ৰৌতেলা, ভাৰতীয় অভিনেত্ৰী তথা মডেল।
মৃত্যু
- ১৯৬৮অন্নদা দেৱী বৰকটকী, অসমীয়া সমাজসেৱিকা আৰু লেখিকা।
- ১৯৭১বিমলা প্ৰসাদ চলিহা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ২০০১ডন ব্ৰেডমেন, অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ।
- ২০১২দেৱানন্দ বৰুৱা, অসমৰ শিক্ষা বিভাগৰ প্ৰশাসনিক বিষয়া।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ