অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৫ নৱেম্বৰ

ঘটনাৱলী

  • ১৫৫৬পাণি পথৰ দ্বিতীয় যুদ্ধত আকবৰৰ মোগল বাহিনীৰ হাতত আফগান সেনাপতি হিমু নিহত হয়।
  • ১৯১৪গ্ৰেট ব্ৰিটেইনে চাইপ্ৰাছ অধিকাৰ কৰে।
  • ১৯১৬পোলেণ্ডে স্বাধীনতা লাভ কৰে।
  • ১৯২০ভাৰতীয় ৰেডক্ৰছ সন্থা গঠন কৰা হয়।
  • ১৯৭৭ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত বৈদেশিক মন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে হিন্দী ভাষাত ভাষণ প্ৰদান কৰে।

জন্ম

মৃত্যু

  • ১৮৭৯জেমছ ক্লাৰ্ক মেক্সৱেল, স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী।
  • ২০০৮বি. আৰ. চোপ্ৰা, হিন্দী চলচ্চিত্ৰৰ নিৰ্দেশক আৰু নিৰ্মাতা তথা দূৰদৰ্শনৰ ধাৰাবাহিক মহাভাৰতৰ নিৰ্মাতা। (জন্ম: ২২ এপ্ৰিল, ১৯১৪)
  • ২০১১ড॰ ভূপেন হাজৰিকা, সুধাকণ্ঠ, বিশ্ববৰণ্য শিল্পী, ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন, দাদা চাহেব ফাল্কে। ( জন্ম: ৮ ছেপ্তেম্বৰ, ১৯২৬ চন শদিয়াত।
  • ২০২২ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগী হিমাচল প্ৰদেশৰ কিন্নৌৰত থকা তেওঁৰ বাসগৃহত মৃত্যুবৰণ কৰে। তেওঁৰ বয়স আছিল ১০৬ বছৰ।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ