অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৮ নৱেম্বৰ

ঘটনাৱলী

  • ১৯৯০অসমত চতুৰ্থবাৰলৈ ৰাষ্ট্ৰপতি শাসন বলবৎ। বিধানসভাত অগপৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সংখ্যাগৰিষ্ঠ সমৰ্থন লাভ কৰা স্বত্বেও চৰকাৰক বৰ্খাস্ত কৰা হৈছিল। নিষিদ্ধ সংগঠন সংযুক্ত মুক্তি বাহিনী, অসমৰ কাৰ্যকলাপৰ বাবে আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ ফলত বৰ্খাস্ত কৰা হৈছিল। ৰাষ্ট্ৰপতিৰ শাসনকালত, সংযুক্ত মুক্তি বাহিনী, অসম উগ্ৰপন্থীসকলক উচ্ছেদ কৰিবলৈ অপাৰেচন বজৰং আৰম্ভ কৰা হৈছিল। এই ৰাষ্ট্ৰপতি শাসন ৩ জুন ১৯৯০লৈ ২১৪ দিনৰ বাবে অসমত বলবৎ আছিল।
  • ২০২২১৯ নৱেম্বৰ ২০২২ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা অৰুণাচল প্ৰদেশৰ হোলেঙীস্থিত ড'নি পল' বিমানবন্দৰ পৰা প্ৰথমখন বিমানৰ ফ্লেগ অব্ কৰা হয়। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ফ্লেগ অব্ কৰা এই বিমানখন ক'লকাতা হৈ মুম্বাইলৈ ৰাওনা হয়। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ এই বিমান বন্দৰ ৰাজ্যখনৰ প্ৰথমটো অসামৰিক বিমানবন্দৰ।

জন্ম

মৃত্যু

  • ১৯৬০ৰিছাৰ্ড ৰাইট, আমেৰিকান ঔপন্যাসিক, গল্পকাৰ আৰু কবি।
  • ১৯৬২কে. চি. দে, ভাৰতীয় গীতিকাৰ, গায়ক তথা অভিনেতা।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ