
বিভূতি নাৰায়ণ ৰায় (विभूति नारायण राय) (জন্ম: ২৮ নভেম্বৰ ১৯৫১) হৈছে এগৰাকী ভাৰতীয় সাহিত্যিক, সামাজিক চিন্তক, অনুবাদক আৰু শিক্ষাবিদ। ৰায়ে ১৯৭১ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ সম্পন্ন কৰে। ১৯৭৫ চনত উত্তৰ প্ৰদেশ কেডৰত ভাৰতীয় পুলিচ সেৱাত যোগদান কৰে। তেওঁ বিভিন্ন সংস্পৰ্শকাতৰ জিলাসমূহত পুলিচ অধিক্ষকৰ পদত কৰ্মৰত থাকে। বৰ্তমান তেওঁ মহাত্মা গান্ধী আন্তৰাষ্ট্ৰীয় হিন্দী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য।১
কৰ্মৰাজী
হিন্দী ভাষাৰ কৰ্মৰাজী
উপন্যাস
- ঘৰ (घर)
- চহৰ মে কাৰ্ফিউউ (शहर में कर्फ्यू - চহৰত কাৰ্ফিউ শীৰ্ষকেৰে অসমীয়ালৈ অনুদিত)
- কিচ্চা লোকতন্ত্ৰ (किस्सा लोकतंत्र)
- তবাদলা (तबादला)
- প্ৰেম কি ভূত কথা (प्रेम की भूतकथा)
ব্যংগ লিখনি
- এক ছাত্ৰ নেতা কা ৰোজনামছা (एक छात्र नेता का रोजनामचा)
সমালোচনামূলক
- কথা সাহিত্য কে সৌ বৰছ (कथा साहित्य के सॉ बरस)
- ৰণভূমি মে ভাষা (रणभूमि में भाषा)
স্মৰণ
- হাচিমপুৰা: উত্তৰ প্ৰদেশ পুলিচ কে ইতিহাস কা এক কালা অধ্যায়
(हाशिमपुरा: उत्तर प्रदेश पुलिस के इतिहास का एक काला अध्याय)
সম্পাদনা
- সমকালিন হিন্দী কাহানীয়া (समकालीन हिंदी कहानियाँ)
- বৰ্তমান সাহিত্য (वर्तमान साहित्य - প্ৰায় ১৫ বছৰ ধৰি)
ইংৰাজী ভাষাৰ কৰ্মৰাজী
- কম্বেটিং কমিউনেল কনফ্লিক্ট (Combating Communal Conflict)
- কমিউনেল কনফ্লিক্ট: পাৰচেপ্টচন অফ পুলিচ নিউট্ৰেলিটি ডিউৰিঙ হিন্দু-মুছলিম ৰায়তচ ইন ইণ্ডিয়া
(Communal Conflicts: Perception of Police Neutrality During Hindu-Muslim Riots in India)
- লেটাৰ এড্ৰেচড টু অল আই পি এচ অফিচাচ অফ কাউনট্ৰি ডিউৰিঙ গুজৰাট ৰায়তচ অফ ২০০২
(Letter addressed to all IPS officers of the country during Gujrat riots of 2002)
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিভূতি নাৰায়ণ ৰায়” প্ৰবন্ধৰ সংশোধন ৩৮২১০৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।