অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২১ জানুৱাৰী

ঘটনাৱলী

জন্ম

মৃত্যু

  • ১৭৯৩ষোড়শ লুইক গিলোটিন, ফৰাচী সম্ৰাট।
  • ১৯২৪ভ্লেডিমিৰ লেনিন, ৰুছ বিপ্লৱৰ নেতা।
  • ১৯৫০জৰ্জ অৰৱেল, ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ।
  • ১৯৭৭গজেন বৰুৱা, অসমীয়া নৃত্যশিল্পী।
  • ১৯৮১বিষ্ণুৰাম মেধি, অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামৰ মুক্তিযোদ্ধা।
  • ২০০৬দিলীপ চৌধুৰী, অসমীয়া সংগীতশিল্পী।
  • ২০১৬মৃণালিনী সাৰাভাই, ভাৰতীয় শাস্ত্ৰীয় নৃত্যবিশাৰদ আৰু নৃত্য পৰিচালক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ