অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ৱিকিমিডিয়া আন্দোলন

ৱিকিমিডিয়া আন্দোলন ৱিকিমিডিয়া প্ৰকল্পসমূহলৈ বৰঙণি আগবঢ়োৱাসকলৰ বৈশ্বিক সম্প্ৰদায়। এই আন্দোলন আৰম্ভ হ'ল ৱিকিপিডিয়াৰ জৰিয়তে। এতিয়া, প্ৰায় ৭০০০০ স্বেচ্ছাসেৱী থকা ৱিকিপিডিয়া সম্প্ৰদায়ৰ উপৰি আন ৱিকিমিডিয়া প্ৰকল্পলৈ বৰঙণি আগবঢ়োৱাসকলৰ গোটো আছে।

হালনাগাদ: ২৯ জুন ২০২৩ ৪৫৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ৱিকিমিডিয়া আন্দোলন ৱিকিমিডিয়া প্ৰকল্পসমূহলৈ বৰঙণি আগবঢ়োৱাসকলৰ বৈশ্বিক সম্প্ৰদায়। এই আন্দোলন আৰম্ভ হ'ল ৱিকিপিডিয়াৰ জৰিয়তে। এতিয়া, প্ৰায় ৭০০০০ স্বেচ্ছাসেৱী থকা ৱিকিপিডিয়া সম্প্ৰদায়ৰ উপৰি আন ৱিকিমিডিয়া প্ৰকল্পলৈ বৰঙণি আগবঢ়োৱাসকলৰ গোটো আছে।১ ৱিকিডেটা, ৱিকিমিডিয়া কমন্স, মিডিয়াৱিকিৰ দৰে প্ৰকল্পৰ ছফ্টৱেৰ বিকাশকসকলো ৱিকিমিডিয়া আন্দোলনৰ অংগ। অবদানকাৰীসকলক মুখ্য ৱিকিমিডিয়া ফাউণ্ডেচনৰ লগতে বিশ্বৰ আন আন চেপ্টাৰ, বিষয়কেন্দ্ৰিক সংস্থা আৰু ব্যৱহাৰকাৰী গোটসমূহে সহযোগ কৰে।

সম্প্ৰদায়

ৱিকিপিডিয়া সম্প্ৰদায় বা ৱিকিপিডিয়া সমাজ ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়োৱাসকলৰ সমাজ। সম্পাদক (বা অৱদানকাৰী) আৰু প্ৰশাসকবা এডমিন এই সমাজৰ অংগ।

প্ৰকল্পসমূহ

ৱিকিমিডিয়া প্ৰকল্পসমূহ হ'ল:

  • ৱিকিপিডিয়া বিশ্বকোষ
  • ৱিকিঅভিধান অভিধান
  • ৱিকিগ্ৰন্থ শিক্ষামূলক গ্ৰন্থ (পাঠ্যপুথি) সংগ্ৰহ
  • ৱিকিসংবাদ বাতৰিৰ প্ৰবন্ধ সংগ্ৰহ
  • ৱিকিউক্তি উক্তি সংগ্ৰহ
  • ৱিকিউৎস উৎস গ্ৰন্থ সংগ্ৰহ
  • ৱিকিবিশ্ববিদ্যালয় শিক্ষামূলক সামগ্ৰীৰ সংগ্ৰহ
  • ৱিকিভ্ৰমণ ভ্ৰমণ সহায়িকা
  • ৱিকিমিডিয়া কমন্স, মিডিয়া থবলৈ ডেটা ৰিপজিটৰি, যেনে ছবি, ভিডিঅ', ডেটা আদি

সংগঠনসমূহ

ৱিকিমিডিয়া ফাউণ্ডেচন

The Wikimedia Foundation (WMF) is an American non-profit and charitable organization headquartered in San Francisco, California. It owns the domain names and operates most of the movement's websites, like Wikipedia, the Internet encyclopedia, as well as Wikimedia Commons.

The WMF was founded in 2003 by Jimmy Wales as a way to fund Wikipedia and its sister projects through non-profit means. Its purpose is "... to empower and engage people around the world to collect and develop educational content under a free license or in the public domain, and to disseminate it effectively and globally."২৩৪

According to the WMF's 2015 financial statements, in 2015 the WMF had a budget of $72 million USD, spending $52 million USD on its operation, and increasing its reserves to $82 million USD.৫

চেপ্টাৰসমূহ

Chapters are organizations that support Wikimedia projects in specified geographical regions, mostly countries. Currently, there are 41 chapters.

Wikimedia Deutschland (WMDE) is the largest chapter, with a total budget of 20 million EUR. WMDE allocates approximately 1 million EUR to support the corporation responsible for distributing donations, and 4 million EUR for transfer to the WMF.৬৭

To have the same procedure, every chapter follows the same process and requests its yearly budget at the funds dissemination committee. The foundation as internet domain owner of the project pages requests a share of the donations via the website in a country (e.g. for Germany, Switzerland), or pays a chapter the agreed amount (other chapters). A total of under 4 Mio USD is distributed via this way to chapters and thematic organizations.৮ The legal base is a "Chapters Agreement" with the foundation.৯

বিষয়কেন্দ্ৰিক সংগঠনসমূহ

Thematic organizations are founded to support Wikimedia projects in a focal area. Currently one such organization exists.৮১০

সদস্য গোট

User groups have less formal requirements than chapters and thematic organizations. They support and promote the Wikimedia projects locally or on a specific theme, topic, subject, or issue. Beginning of 2016 55 user groups exist১১ Once they are recognized by the Affiliations Committee, they enter into a "User Groups Agreement and Code of Conduct" with the foundation.১২

তথ্যসূত্ৰ

  1. ↑ reportcard.wmflabs.org/ Statistics, accessed 2016-04-20
  2. ↑ জিম্মী ৱেল্‌ছ. (June 20, 2003). Announcing Wikimedia Foundation. Mail:wikipedia-l
  3. ↑ Neate, Rupert. (October 7, 2008). Wikipedia founder Jimmy Wales goes bananas. The Daily Telegraph
  4. ↑ WMF Bylaws, Article II, Statement of Purpose, accessed 2016-04-20
  5. ↑ WIKIMEDIA FOUNDATION, INC.
  6. ↑ Chapters, accessed 2016-04-20
  7. ↑ Jahresplan WMDE 2016, accessed 2016-04-20
  8. ↑ annual plan grants, accessed 2016-04-20
  9. ↑ chapters creation guide
  10. ↑ What are Wikimedia thematic organizations?, accessed 2016-04-20
  11. ↑ Wikimedia User Groups
  12. ↑ Wikimedia User groups creation guide

সম্পৰ্কিত শ্ৰেণী

ৱিকিমিডিয়া ফাউণ্ডেশ্যনসামাজিক আন্দোলন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকিমিডিয়া আন্দোলন” প্ৰবন্ধৰ সংশোধন ৩৭০৩৭১ (২৯ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।