ৰেলী বা ৰেল্লী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ পূব ভাৰত আৰু দক্ষিণ ভাৰতত ঘাইকৈ বাস কৰা ৰেলী লোকে ব্যৱহাৰ কৰে। এই ভাষা ওড়িয়া উপগোটৰ অন্তৰ্গত, অৰ্থাৎ অসমীয়া বা বাংলা ভাষাতকৈ এই ভাষা ওড়িয়া ভাষাৰ নিকটৱৰ্তী, যদিও ই তিনিওটাৰেই ভগ্নী ভাষা।
এই ভাষা ২০১১ চনৰ ভাৰতীয় জনগণনাৰ মতে প্ৰায় ১৩০০০ লোকে কৈছিল।১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেলী ভাষা” প্ৰবন্ধৰ সংশোধন ৩৮৮৭৮৫ (২৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।