বেহাৰবাৰী আউটপ’ষ্ট হৈছে ৰাজেশ ভূঞাৰ পৰিকল্পনাৰে ৰেঙণি চেনেল-যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। ধাৰাবাহিকখনে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰে। ই হৈছে চেনেলটোত সম্প্ৰচাৰ হোৱা আটাইতকৈ দীঘল ধাৰাবাহিক।১২
চৰিত্ৰসমূহ
- এছআই প্ৰীতম খাৰঘৰীয়া
- কে.কে. (কৃষ্ণ কমল) খাটনিয়াৰ
- মণি
- মোহন (চিআইডি )
- কমল
- বিউটী বাইলুং:
- সুস্মিতা সেন:
- মুকুতা
- বসুমতাৰী
- ৰাকেশ:
- নেহা
- কুমকুম
- ৰিছা
- লুটুকন বৰুৱা
- তৰামাঈ নগঁয়ানী
- ৰাজীৱ টেনশ্বন
- শইকীয়া চুৰ
- সিং
- কিপাবৰ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেহাৰবাৰী আউটপ’ষ্ট (ধাৰাবাহিক)” প্ৰবন্ধৰ সংশোধন ৬০৩৯৭৭ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।