ৰামকৃষ্ণ ঘোষ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য। অসম বিধানসভাৰ নিৰ্বাচনত ৯১ নং হোজাই সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়।১২৩৪
আৰম্ভণি জীৱন
ৰামকৃষ্ণ ঘোষ প্ৰয়াত ননী গোপাল ঘোষৰ পুত্ৰ। তেওঁ অপৰ্ণা ঘোষৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে আৰু তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে।
তথ্যসূত্ৰ
- ↑ Ramkrishna Ghosh(Bharatiya Janata Party(BJP)):Constituency- HOJAI(HOJAI) - Affidavit Information of Candidate. myneta.info
- ↑ Ramkrishna Ghosh · Assam Assembly Election Results Live, Candidates News, Videos, Photos. News18
- ↑ Desk, Sentinel Digital. (2021-03-30). Ramkrishna Ghosh from Hojai: Early Life, Controversy & Political Career - Sentinelassam. www.sentinelassam.com
- ↑ Chief Electoral Officer, Assam. ceoassam.nic.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামকৃষ্ণ ঘোষ” প্ৰবন্ধৰ সংশোধন ৪৪৮৮৭৯ (২৭ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।