ঘটনাৱলী
- ১৯৪৫ - মিত্ৰশক্তিৰ ওচৰত জাৰ্মনীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।
- ১৯৯৬ - দক্ষিণ আফ্ৰিকাত বৰ্ণ-বৈষম্যহীন সংবিধান প্ৰৱৰ্তন কৰা হয়।
জন্ম
- ১৮২৮ - হেনৰী ডুনাণ্ট, ৰেড ক্ৰছৰ জন্মদাতা।
- ১৯১৬ - ৰমানন্দ সেনগুপ্তা, ভাৰতীয় চলচ্চিত্ৰ কৰ্মী।
- ১৯২৯ - গিৰিজা দেৱী, ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী।
- ১৯৩০ - গেৰী স্নাইডাৰ, আমেৰিকান কবি, প্ৰবন্ধকাৰ, বক্তা, আৰু পৰিবেশ কৰ্মী।
- ১৯৫০ - পূৰবী বৰমুদৈ, অসমৰ সাহিত্যিক।
- ১৯৬৫ - শ্বাইনী আব্ৰাহাম, ভাৰতীয় খেলুৱৈ।
- ১৯৮৮ - পি. আৰ. শ্ৰীজেশ, ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ।
মৃত্যু
- ১৭৯৪ - এণ্টোইন লৰেণ্ট লেভয়ছিয়াৰ, ফৰাচী বিজ্ঞানী।
- ১৯৩৮ - কালিচৰণ ব্ৰহ্ম, ভাৰতীয় সমাজ আৰু ধৰ্মীয় সংস্কাৰক।
- ১৯৯৭ - বিজয় চন্দ্ৰ ভাগৱতী, ভাৰতীয় ৰাজনীতিক।
দিৱস
- বিশ্ব ৰেডক্ৰছ দিৱস।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৮ মে'” প্ৰবন্ধৰ সংশোধন ৫০৬৪৮৬ (৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।