অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৪ মে'

১৮৫৪ - প্ৰথমটো ভাৰতীয় ডাক টিকট আনুষ্ঠানিকভাৱে প্ৰকাশিত হয়। ১৯৪২ - ‘‘এন্দ্ৰিউ গৌড়লে' ক্ল'’’ই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৪৭ চনৰ ৪মে’লৈকে তেওঁ কাৰ্যভাৰ কাৰ্য সম্পাদন কৰে। ১৯৭৯ - ব্ৰিটেইনৰ প্ৰথমগৰাকী মহিলা প্ৰধান মন্ত্ৰী মাৰ্গাৰেট থেচ্চাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

হালনাগাদ: ৩ মে’ ২০২৩ ১৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৮৫৪ - প্ৰথমটো ভাৰতীয় ডাক টিকট আনুষ্ঠানিকভাৱে প্ৰকাশিত হয়।
  • ১৯৪২ - ‘‘এন্দ্ৰিউ গৌড়লে' ক্ল'’’ই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৪৭ চনৰ ৪মে’লৈকে তেওঁ কাৰ্যভাৰ কাৰ্য সম্পাদন কৰে।
  • ১৯৭৯ - ব্ৰিটেইনৰ প্ৰথমগৰাকী মহিলা প্ৰধান মন্ত্ৰী মাৰ্গাৰেট থেচ্চাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
  • ১৯৮৯ - নাছাৰ দ্বাৰা শুক্ৰ গ্ৰহ অভিমুখে স্বয়ংচালিত আন্তঃগ্ৰহ যান ‘মেগেলান’ উৎক্ষেপন কৰা হৈছিল।

জন্ম

মৃত্যু

দিৱস

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

মে'

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৪ মে'” প্ৰবন্ধৰ সংশোধন ৩৬৪০৫০ (৩ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।