৫২এ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 52A ) অৰুণাচল প্ৰদেশৰ বান্দৰদেৱাত আৰম্ভ হৈ অসমৰ গহপুৰত শেষ হৈছে। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ৫৭ কিঃমিঃ (৩৫ মাইল)। ইয়াৰে ১৫ কিঃমিঃ (৯.৩ মাইল) অসমত আৰু ৪২ কিঃমিঃ (২৬ মাইল) অৰুণাচল প্ৰদেশত আছে।১
লগতে চাওক
- List of National Highways in India
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ National Highways Starting and Terminal Stations. Ministry of Road Transport & Highways
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৫২এ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)” প্ৰবন্ধৰ সংশোধন ২২৯৯৬৪ (২১ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।