অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আৰ্য সমাজ

আৰ্য সমাজ (Arya Samaj) হৈছে এটা একেশ্বৰবাদী ভাৰতীয় হিন্দু সংস্কাৰমুখী আন্দোলন। যিটো সংগঠনে বেদৰ অখণ্ডনীয় কৰ্তৃত্বৰ ওপৰত বিশ্বাস ৰাখি নিজৰ মূল্যবোধসমূহ প্ৰচাৰ কৰিছিল। সমাজখনৰ সংগঠক আছিল মহাঋষি দয়ানন্দ সৰস্বতী। তাৰিখটো আছিল ১৮৭৫ চনৰ ১০ এপ্ৰিল। আৰ্য সমাজৰ সদস্যসকলে মূৰ্তিপূজাৰ বিৰুদ্ধাচৰণ কৰিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

আৰ্য সমাজ (Arya Samaj) হৈছে এটা একেশ্বৰবাদী ভাৰতীয় হিন্দু সংস্কাৰমুখী আন্দোলন। যিটো সংগঠনে বেদৰ অখণ্ডনীয় কৰ্তৃত্বৰ ওপৰত বিশ্বাস ৰাখি নিজৰ মূল্যবোধসমূহ প্ৰচাৰ কৰিছিল। সমাজখনৰ সংগঠক আছিল মহাঋষি দয়ানন্দ সৰস্বতী। তাৰিখটো আছিল ১৮৭৫ চনৰ ১০ এপ্ৰিল।১ আৰ্য সমাজৰ সদস্যসকলে মূৰ্তিপূজাৰ বিৰুদ্ধাচৰণ কৰিছিল।২

হিন্দু ধৰ্মত ধৰ্মান্তৰকৰণৰ আৰম্ভ কৰা আৰ্য সমাজ আছিল প্ৰথমটো হিন্দু সংগঠন।৩৪

তথ্যসূত্ৰ

  1. ↑ Hastings J. and Selbi J. (Ed.) wikipedia of Religion and Ethics'' Kessinger 2003 part 3. p. 57
  2. ↑ Thursby, G. R. (1975). Hindu-Muslim relations in British India: a study of controversy, conflict, and communal movements in northern India 1923–1928. Brill. পৃ. 12. ISBN 9789004043800
  3. ↑ Thursby, G. R. (1977). Hindu-Muslim relations in British India: a study of controversy, conflict, and communal movements in northern India 1923–1928. Brill. পৃ. 3. ISBN 9789004043800
  4. ↑ Gyanendra Pandey. (25 March 2013). A History of Prejudice: Race, Caste, and Difference in India and the United States. Cambridge University Press. পৃ. 64. ISBN 978-1-107-02900-2

সম্পৰ্কিত শ্ৰেণী

সামাজিক আন্দোলনহিন্দু ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্য সমাজ” প্ৰবন্ধৰ সংশোধন ৩৮০০৪৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।