অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এজৰা পাউণ্ড

এজৰা পাউণ্ড (Ezra Pound) হৈছে এগৰাকী আমেৰিকান কবি আৰু সমালোচক।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২১ ১০০ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

এজৰা পাউণ্ড (Ezra Pound) হৈছে এগৰাকী আমেৰিকান কবি আৰু সমালোচক।১

জন্ম আৰু বংশ পৰিচয়

১৮৮৫ চনৰ ৩০ অক্টোবৰ তাৰিখে আমেৰিকাৰ যুক্তৰাষ্ট ইদাহো ৰাষ্ট্ৰত তেখেতৰ জন্ম হয়। তেওঁ পিতৃ নাম আছিল লুইছ পাউণ্ড আৰু মাতৃ নাম ইসায়েল।২

শিক্ষা

তেওঁ হেমিলটন কলেজৰ পৰা কলেজীয়া শিক্ষা লাভ কৰিছিল।৩

চাকৰি জীৱন

তেওঁ ফৰাছী আৰু স্পেনিছ ভাষাত অধ্যাপনা কৰি ১৯০৮ চনত লণ্ডনত সাহিত্যিক জীৱন আৰম্ভ কৰে।

সাহিত্যৰাজি

কবিতাপুথি

  • Personae
  • Exultation provenka
  • Conzani
  • Riposiles
  • Cathay
  • Lusta
  • Hamage sextus properties
  • Hugh pelwyn moulerly

গবেষণামূলক অনুবাদ গ্ৰন্থ

  • Note or Accompleshment
  • Certain nable plays of japan

প্ৰবন্ধ সংকলন

  • Make it new (সম্পা: ইলিয়ট ১৯৩৪)
  • Polite alays (সম্পা: ইলিয়ট ১৯৩৭)

বঁটা আৰু সন্মান

  • ১৯৪৮ চনত বলিংগেন পুৰস্কাৰ লাভ কৰে।

মৃত্যু

১৯৭২ চনৰ ১ নবেম্বৰ তাৰিখে তেখেতৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ ভট্টাচাৰ্য,প্ৰকাশন:অনন্ত হাজৰিকা বনলতা,পৃষ্টা নং:৬১
  2. ↑ পাশ্চাত্য সাহিত্য,লেখক: পৰাগ কুমাৰ ভট্টাচাৰ্য,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা,পৃষ্টা নং:৬১
  3. ↑ পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ ভট্টাচাৰ্য,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা,প্ৰথম সংষ্কৰণ:২০১২,পৃষ্টা নং:৬১

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকান কবিআমেৰিকান লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এজৰা পাউণ্ড” প্ৰবন্ধৰ সংশোধন ২৯৮৬৪৭ (১৮ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।