অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভূপেন বৰা

ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah; জন্ম: ৩০ অক্টোবৰ ১৯৭০) অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ। বিহপুৰীয়া সমষ্টিৰ পৰা তেওঁ দুবাৰকৈ অসম বিধানসভাৰ সদস্য আছিল।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৬ ১০০ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah; জন্ম: ৩০ অক্টোবৰ ১৯৭০) অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ। বিহপুৰীয়া সমষ্টিৰ পৰা তেওঁ দুবাৰকৈ অসম বিধানসভাৰ সদস্য আছিল।১২

প্ৰাৰম্ভিক জীৱন

ভূপেন বৰাৰ জন্ম হৈছিল ১৯৭০ চনৰ ৩০ অক্টোবৰত লক্ষীমপুৰ জিলাৰ পহুমৰাত। তেওঁ উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় পৰা স্নাতক ডিগ্ৰী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উপ-সভাপতি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিল।৩

ৰাজনৈতিক যাত্ৰা

২০২১ চনৰ ২৪ জুলাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰাক নিযুক্তি দিয়া হৈছিল।৪ পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে৫ আৰু বিহপুৰীয়া সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়।৬

বিধানসভা

ক্ৰমিক নংবৰ্ষবিধানসভা সমষ্টিপ্ৰতিদ্বন্দ্বীভোটপাৰ্থক্যফলাফল
১২০০৬বিহপুৰীয়াকেশৰাম বৰা (অগপ)৩১,০৬১-৩০,৪৬৮৫৯৩৭
২২০১১বিহপুৰীয়াকেশৰাম বৰা (অগপ)৪৫,৯২০-৩৩,৭৬৪১২,১৫৬৮
৩২০১৬বিহপুৰীয়াদেবানন্দ হাজৰিকা(ভাৰতীয় জনতা পাৰ্টী)৪০,৩৭৬-৬৬,৫৬৩২৬,১৮৭পৰাস্ত৯
৪২০২১বিহপুৰীয়াঅমিয় কুমাৰ ভূঞা(বিজেপি)৪৮,৮০১-৫৮,৯৭৯১০,১৭৮পৰাস্ত১০

লোকসভা

ক্ৰমিক নংবৰ্ষলোকসভা সমষ্টিপ্ৰতিদ্বন্দ্বীভোটপাৰ্থক্যফলাফল
১২০১৪তেজপুৰৰাম প্ৰসাদ শৰ্মা৩,৬০,৪৯১-৪,৪৬,৫১১৮৬,০২০পৰাস্ত১১

তথ্যসূত্ৰ

  1. ↑ Bhupen Kumar Borah from Bihpuria: Early Life, Controversy & Political Career. The Sentinel
  2. ↑ Member of Assam Legislative Assembly-Bhupen Kumar Borah. assamassembly.nic.in
  3. ↑ (18 March 2021). Bhupen Kumar Borah from Bihpuria: Early Life, Controversy & Political Career. The Sentinel. Sentinel Digital Desk
  4. ↑ (24 Jul 2021). Bhupen Borah named new president of Congress’ Assam unit. The Indian Express
  5. ↑ Former Assam Congress chief Bhupen Kumar Borah joins BJP. News On AIR. Prasar Bharati
  6. ↑ (19 March 2026). Congress defectors Bhupen Borah, Pradyut Bordoloi get BJP tickets in Assam 2026 poll list. India Today NE. India Today Group
  7. ↑ Sitting and previous MLAs from Bihpuria Assembly Constituency. elections.in
  8. ↑ Sitting and previous MLAs from Bihpuria Assembly Constituency. elections.in
  9. ↑ Bihpuria Assembly Election 2016 Votes. india.com
  10. ↑ BIHPURIA ASSEMBLY ELECTION RESULTS (2021). oneindia.com
  11. ↑ PERFORMANCE IN PARLIAMENT

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূপেন বৰা” প্ৰবন্ধৰ সংশোধন ৬০১৪৬১ (১৯ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।